কাৰ্বিসকলে স্ব-গোষ্ঠীয় লোকৰ মাজত নিজকে কি বুলি পৰিচয় দিছে ?

উত্তৰঃ কাৰ্বিসকলে স্ব-গোষ্ঠীয় লোকৰ মাজত নিজকে আৰলেং বুলি পৰিচয় দি আহিছে ।