কাৰ্বি সমাজত বিয়াৰ দিন ঠিক কৰাক কি বুলি কোৱা হয় ?

উত্তৰঃ কাৰ্বি সমাজত বিয়াৰ দিন ঠিক কৰাক আজ আৰণি কেকা বুলি কোৱা হয় ।