কেইবিধমান ৰেসনিৰ নাম কি ?

উত্তৰঃ পুৰণি সোণৰ শিল্পত ব্য়ৱহাৰ কৰা কেইবিধমান ৰেসনি অৰ্থাৎ বটালি হৈছে ক্ৰমে গুণাধৰা ৰেসনি, ডুমুৰি ৰেসনি, ফুল কটা ৰেসনি, অমৈয়া ৰেসনি, তিনিমুখীয়া ৰেসনি, উপনা ৰেসনি, বাসনা ৰেসনি আদি ।