খেৰাই নৃত্য়ৰ ভাস্কৰ্য ক’ত দেখিবলৈ পোৱা যায় ?

উত্তৰঃ দৰং জিলাৰ বৰগাং চাহ বাগিচাৰ উত্তৰে থকা নাগপৰ্বতৰ ধ্বংসস্তুপত খেৰাই নৃত্য়ৰ ভাস্কৰ্য দেখিবলৈ পোৱা যায় ।