নামনি অসমৰ মুছলমান লোকসকলেও ভঠেলিৰ দৰে এক উৎসৱ পালন কৰে। সেই উৎসৱক কি বুলি কোৱা হয় ?

উত্তৰঃ বাঁহৰিয়া বা বাঁহ বিয়া ।