নিন্গল চাক্ কাউবা উৎসৱ কাৰ সন্মানাৰ্থে উদযাপন কৰা হয় ?

উত্তৰঃ এই উৎসৱ পৰিয়ালৰ মহিলাসকলৰ সন্মানাৰ্থে পুৰুষসকলে অনুষ্ঠিত কৰে ।