পোহৰ | Chapter 13 | Chapter 13 | Class 7 New Science Question And Answer | Class 7 New Science Solution AJB |

অধ্যায়ঃ ১৩

পোহৰ

  1. শুদ্ধ উত্তৰটো বাছি উলিওৱা :

i ) পােহৰে গতি কৰে—

a ) সৰলৰেখাত b ) বক্ৰৰেখাত c ) সৰলৰেখাত আৰু বক্ৰৰেখাত d ) ওপৰৰ এটাও নহয়

উত্তৰঃ a ) সৰলৰেখাত

ii ) সমতল দাপােণৰ ক্ষেত্ৰত কোনটো অসত্য ?

a ) প্রতিবিম্ব একে আকাৰৰ

b ) দাপােণৰ পৃষ্ঠৰপৰা প্রতিবিম্বৰ দূৰত্ব আৰু লক্ষ্যবস্তুৰ দূৰত্ব সমান ।

c ) প্রতিবিম্বৰ প্ৰকাৰ সৎ

d ) প্রতিবিম্ব থিয় আৰু লক্ষ্যবস্তুৰ সমান

উত্তৰঃ a ) প্রতিবিম্ব একে আকাৰৰ

iii ) তলৰ কোনবিধ আলােকীয় সজুলিয়ে অসৎ আৰু ডাঙৰ প্রতিবিম্ব সৃষ্টি কৰিব পাৰে ?

a ) সমতল দাপােণ b ) উত্তল দাপোেণ c ) অৱতল দাপােণ d ) ওপৰৰ এটাও নহয়

উত্তৰঃ c ) অৱতল দাপােণ

iv ) আতছী কাচ আচলতে

a ) অৱতল লেন্স । b ) উত্তল দাপােণ c ) অৱতল দাপােণ d ) উত্তল লেন্স

উত্তৰঃ d ) উত্তল লেন্স

v ) সূৰ্যৰ পােহৰত কেইটা ৰং থাকে ?

a ) 3 b ) 7 c ) 4 d ) 1

উত্তৰঃ b ) 7

  1. চমু উত্তৰ দিয়া :

i ) পােহৰৰ প্রতিফলন কাক বােলে ?

উত্তৰঃ কোনো এটা বস্তু এটা দিশৰ পৰা আহি এটা বস্তুত খুন্দা মাৰি আন এটা দিশলৈ গতি কৰাকে পোহৰৰ প্ৰতিফলন বোলে।

ii ) পােহৰৰ প্রতিফলনৰ বাবে প্রতিবিম্ব গঠিত হােৱা তিনিবিধ আলােকীয় সঁজুলিৰ নাম লিখা ।

উত্তৰঃ টৰ্চ, মটৰগাড়ীৰ হেটলাইট, ফ্লাউলাইট।

iii ) পােহৰৰ প্রতিসৰণৰ বাবে প্রতিবিম্ব গঠিত হােৱা দুবিধ আলােকীয় সঁজুলিৰ নাম লিখা ।

উত্তৰঃ কাচ, প্লাষ্টিক।

iv ) সৎ প্রতিবিম্ব কি ?

উত্তৰঃ যিবোৰ প্ৰতিবিম্ব পৰ্দাত পেলাব পাৰি বা হাতেৰে চুব পাৰি তাকো সৎ প্ৰতিবিম্ব বোলে।

v ) অসৎ প্রতিবিম্ব কি ?

উত্তৰঃ যিবোৰ প্ৰতিবিম্ব পৰ্দাত পেলাব পাৰি তাকে অসৎ প্ৰতিবিম্ব বোলে।

vi ) পিনহ’ল কেমেৰাত কিয় ওলােটা প্রতিবিম্ব গঠিত হয় ?

উত্তৰঃ কাৰণ পিনহ’ল কেমেৰাত উত্তল লেন্স ব্যৱহাৰ কৰা হয়।

vii ) উত্তল দাপােণত কেনেকুৱা প্রতিবিম্ব গঠিত হয় ?

উত্তৰঃ উত্তল দাপোনত সৰু আৰু থিয় প্ৰতিবিম্ব গঠিত হয়।

viii ) অবতল দাপােণত কেনেকুরা প্রতিবিম্ব গঠিত হয় ?

উত্তৰঃ অৱতল দাপোনত ডাঙৰ আৰু অসৎ প্ৰতিবিম্ব গঠিত হয়।

ix ) উত্তল দাপােণৰ এটা প্রধান ব্যৱহাৰ কি লিখা ।

উত্তৰঃ উত্তল দাপোন গাড়ীৰ পিছফালে আহি থকা বেলেগ গাড়ী চাবলৈ এই দাপোন ব্যৱহাৰ কৰা হয়।

x ) অবতল দাপােণৰ এটা গুৰুত্বপূর্ণ ব্যৱহাৰ কি লিখা ।

উত্তৰঃ অৱতল দাপোন লক্ষ্যবস্তুতকৈ ডাঙৰ প্ৰতিবিম্ব সৃষ্টি কৰিবলৈ এই দাপোন ব্যৱহাৰ কৰা হয়।

xi ) উত্তল লেন্সত কেনে ধৰণৰ প্রতিবিম্ব সৃষ্টি হয় ?

উত্তৰঃ উত্তল লেন্সত সক্ষ্যবস্তু নিচেই ওচৰত থাকিলে অসৎ আৰু থিয়।

xii ) অবতল লেন্সত কেনে ধৰণৰ প্রতিবিম্ব গঠিত হয় ?

উত্তৰঃ অৱতল লেন্সত লক্ষ্যবস্তু সৰু।

xiii ) উত্তল লেন্সৰ এটা গুৰুত্বপূর্ণ ব্যৱহাৰৰ বিষয়ে লিখা ।

উত্তৰঃ উত্তল লেন্সৰ ওচৰৰ বস্তু ধৰিব পৰা চচ্মাত ব্যৱহাৰ কৰা হয়।

xiv ) অবতল লেন্সৰ এটা গুৰুত্বপূর্ণ ব্যৱহাৰৰ বিষয়ে লিখাঁ ।

উত্তৰঃ অৱতল লেন্স দূৰৰ বস্তু ধৰিব পৰা চচ্মাত ব্যৱহাৰ কৰা হয়।

xv ) সূৰ্যৰ পােহৰত থকা ৰংকেইটাৰ নাম লিখা ।

উত্তৰঃ বেঙুনীয়া, ঘননীলা, নীলা, সেউজীয়া, হালধীয়া, সুমথিৰা আৰু ৰঙা।

xvi ) বেঘনীসেহাসুৰ কি ?

উত্তৰঃ সূৰ্যৰ সাতোটা ৰঙৰ প্ৰথম আখৰ কেইটা মিলাই এই নামটো গঠন হয়।

xvii ) বগা পােহৰ কি ?

উত্তৰঃ যি পোহৰৰ পৰা বৰ্ণালী পাব পাৰি তেনে পোহৰক বগা পোহৰ বোলা হয়।

xviii ) চকুৰ দৃষ্টি নিবদ্ধ মানে কি ?

উত্তৰঃ আমাৰ চকুৱেঁ যিমান দূৰলৈ চাব পাৰে বা দেখা পায় তাকে চকুৰ দৃষ্টি নিবদ্ধ বোলে।

বা চকুৰ দৃষ্টি নিবদ্ধ মানে হ’ল- আমাৰ চকুৱেঁ যিমান দূৰলৈ চাব পাৰে বা দেখা পায়।

xix ) ছবি আঁকা :

a ) উত্তল আৰু অবতল দাপােণৰ

উত্তৰঃ

b ) উত্তল আৰু অবতল লেন্সৰ

উত্তৰঃ

xx ) বগা পােহৰৰপৰা কেনেকৈ বৰ্ণালী পাব পাৰি?

উত্তৰঃ যিটো বস্তুৰ দ্বাৰা সূৰ্যৰ ৰংবোৰ পৃথক কৰে তাকে বৰ্ণালী পাব পাৰি।

  1. পােহৰে যে সৰলৰেখাত গতি কৰে , তাক এটা পৰীক্ষাৰ সহায়ত বর্ণনা কৰাঁ ।

উত্তৰঃ

  1. নিউটনৰ কঁহী পৰীক্ষাটো বর্ণনা কৰাঁ ।

উত্তৰঃ