বাঁহী কিদৰে তৈয়াৰ কৰা হয় ?

উত্তৰঃ বাঁহী প্ৰধানকৈ বাঁহেৰে তৈয়াৰ কৰা হয়। বাঁহৰ নলাত বিন্ধা কৰি তাত ফু দি সুন্দৰ সুৰৰ মূৰ্ছনা তোলা হয় ।