ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন | Chapter 9 | Class 7 New Science Question And Answer Jatiya Bidyalay | Class 7 New Science Solution AJB |

অধ্যায়ঃ নৱম

ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন

  1. শুদ্ধ উত্তৰটো বাছি উলিওৱা ;

i ) ভৌতিক পৰিৱৰ্তন ঘটিব যদি

a) চুণত পানী যােগ কৰা হয় b ) চেনি পানীত দ্রবীভূত কৰা c ) কাগজ জ্বলােৱা হয় d ) এল পি জি জ্বলােৱা হয়

উত্তৰঃ c ) কাগজ জ্বলােৱা হয়

ii ) ৰাসায়নিক পৰিৱৰ্তনৰ ক্ষেত্ৰত কোনটো শুদ্ধ নহয় ?

a ) তাপ উৎপন্ন হ’ব পাৰে b ) বৰণৰ পৰিৱৰ্তন হ’ব পাৰে c ) অকল অৱস্থাৰ পৰিৱৰ্তন ঘটে d ) তাপ শােষিত হব পাৰে

উত্তৰঃ b ) বৰণৰ পৰিৱৰ্তন হ’ব পাৰে।

iii ) ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন একেলগে ঘটিব যদি

a ) মমবাতি জ্বলােৱা হয় b ) বৰফ গলে c ) পানী বাষ্পীভূত হয় । d ) মেগনেছিয়াম জ্বলােৱা হয়

উত্তৰঃ d ) মেগনেছিয়াম জ্বলােৱা হয়

  1. ভৌতিক নে ৰাসায়নিক পৰিৱৰ্তন লিখা :

i ) আইৰনৰপৰা দা গঢ়োৱা হৈছে । ৰাসায়নিকপৰিৱৰ্তন।

i ) পানীত চূণ মিহলােৱা হৈছে । ৰাসায়নিক পৰিৱৰ্তন

iii ) চূণ পানীক ষ্ট্র এডালেৰে ফুৱাই দিয়া হৈছে । ভৌতিক পৰিৱৰ্তন।

iv ) পানীত কপাৰ ছালফেট দ্রবীভূত কৰা হৈছে । ৰাসায়নিক পৰিৱৰ্তন।

v ) কাটি থােৱা আলু ক’লা পৰিছে । ভৌতিক পৰিৱৰ্তন।

vi ) গজাল এটাৰ বৰণ মুগা হৈছে । ভৌতিক পৰিৱৰ্তন।

vii ) খাদ্য হজম হৈছে । ৰাসায়নিক পৰিৱৰ্তন।

  1. খালী ঠাই পূৰ কৰা :

i ) নতুন পদাৰ্থৰ সৃষ্টি হােৱা পৰিৱৰ্তন হ’ল ৰাসায়নিক পৰিবৰ্তন ।

ii ) অৱস্থাৰ পৰিৱৰ্তন ঘটা পৰিৱৰ্তন হ’ল ভৌতিক পৰিৱর্তন ।

iii) পানী আৰু জলীয়বাষ্প ৰ উপস্থিতিত আইৰনত মামৰ ধৰে ।

iv ) মামৰ প্ৰতিৰােধৰ বাবে জিংকৰ প্রলেপ প্রয়ােগ কৰা প্ৰক্ৰিয়াটোৰ নাম হ’ল জিংকলেপন ।

v ) সালােকসংশ্লেষণত তাপ উৎপন্ন হয় ।

vi ) মামৰক ৰসায়নবিজ্ঞানত Fe2O3. H2O ৰে বুজোৱা হয় ।

  1. চুণ পানীৰ মাজেৰে কার্বন ডাইঅক্সাইড গেছ যাব দিয়া হৈছে । চূণ পানীৰ কেনেকুৱা পৰিৱৰ্তন দেখিবা ? কিয় এনে পৰিবর্তন হয় লিখা ।

উত্তৰঃ

  1. নেমু টেঙাৰ ৰসত খােৱা ছডা যােগ কৰা হৈছে । তুমি কি দেখিবা আৰু কিয় দেখিবা লিখা ।

উত্তৰঃ

  1. অলপমান গাখীৰ এটা কাচৰ গিলাছত লােৱা । গাখীৰখিনিত অলপমান নেমু টেঙাৰ ৰস যােগ কৰা । গিলাছটো লৰােৱা । গাখীৰখিনিৰ কিবা পৰিৱৰ্তন দেখিলানে ? এয়া কি পৰিৱৰ্তন হ’ব ?

উত্তৰঃ

7 , তৃতীয়া আৰু খােৱা ছ’ডাৰ ৰাসায়নিক নাম লিখা

উওৰ:-

৪. কেনেকুৱা পৰিৱৰ্তন ঘটিলে ভৌতিক পৰিৱৰ্তন ঘটা বুলি ক’ব পাৰি লিখা ।

উত্তৰঃ

  
  1. ৰাসায়নিক পৰিবৰ্তনত কি কি ঘটিব পাৰে লিখা ।

উত্তৰঃ