মনোবিজ্ঞান আৰু শিক্ষা | Chapter 4 | Psychology and Education | H.S. 1st year Education Question and Answer | Class 11 Education Chapter 4 All Question and Answer |

Chapter 4

 মনোবিজ্ঞান আৰু শিক্ষা  
A.  Very short type questions:
১। মনোবিজ্ঞানত ‘psyche’ শব্দৰ অৰ্থ কি ? (এই প্ৰশ্নটো 2004 চনত আহিছিল)

উত্তৰঃ 
২। মনোবিজ্ঞান কাক বোলে ?(এই প্ৰশ্নটো 2007 চনত আহিছিল)

উত্তৰঃ 
৩।  শিশু মনোবিজ্ঞান কি ?(এই প্ৰশ্নটো 2010 চনত আহিছিল)

উত্তৰঃ 
৪। শিক্ষা মনোবিজ্ঞানৰ বাহিৰে মনোবিজ্ঞান আন যিকোনো এটা শাখাৰ নাম উল্লেখ কৰা । ( এই প্ৰশ্নটো 2008 চনত আহিছিল)

উত্তৰঃ 
৫। শিক্ষা মনোবিজ্ঞানৰ পিতৃ বুলি কাক অভিহিত কৰা হয় ?(এই প্ৰশ্নটো 2015 চনত আহিছিল)

উত্তৰঃ
৬। এমিল ( Emile) গ্ৰন্থৰ লিখকগৰাকী কোন আছিল ?(এই প্ৰশ্নটো 2015 আৰু 2017 চনত আহিছিল)

উত্তৰঃ 
৭। শিক্ষা মনোবিজ্ঞানৰ পিতৃস্বৰূপে বুলি কাক কোৱা হয় ? (এই প্ৰশ্নটো 2009 চনত আহিছিল)

উত্তৰঃ 

৮। মনোবিজ্ঞান আৰু শিক্ষা মনোবিজ্ঞানৰ মাজত থকা এটা পাৰ্থক্য লিখা ।(এই প্ৰশ্নটো 2015 চনত আহিছিল)

উত্তৰঃ 
৯। মনোবিজ্ঞান হ’ল প্ৰাণীমাত্ৰেই আচৰণৰ প্ৰত্যক্ষ বিজ্ঞান ।” কথাষাৰ কোনে কৈছিল ? (এই প্ৰশ্নটো 2016 চনত আহিছিল)

উত্তৰঃ 
১০। বিশ্ববিদ্যালয় অনুদান আয়োগ কোন চনত গঠন কৰা হৈছিল ?(এই প্ৰশ্নটো 2017 চনত আহিছিল)

উত্তৰঃ 
১১। মনোবিজ্ঞান বৰ্তমানমুখী নে ভৱিষ্যতমুখী ।

উত্তৰঃ
১২। শিক্ষা- মনোবিজ্ঞান প্ৰচলনৰ ধাৰণা প্ৰথমে কোনে উদ্ভাৱন কৰিছিল ? 

উত্তৰঃ
১৩। মনোবিজ্ঞান অধ্যয়ন ব্যক্তিমুখী নে সমাজমুখী ?

উত্তৰঃ 
১৪। মনোবিজ্ঞানৰ এটা সূত্ৰ দিয়া।

উত্তৰঃ 
১৫। মনোবিজ্ঞানৰ অধ্যয়ন প্ৰক্ৰিয়া সংশ্লেষণাত্মক নে বিশ্লেষণাত্মক ?

উত্তৰঃ 

B.  Short Type question:১। মনোবিজ্ঞান শব্দৰ উতপত্তি হোৱা গ্ৰীক শব্দ দুটা কি কি ?(এই প্ৰশ্নটো 2002 চনত আহিছিল) 

উত্তৰঃ 
২। মনোবিজ্ঞানক কিয় বস্ত্তনিষ্ঠ বিজ্ঞান বুলি কোৱা হয় ?(এই প্ৰশ্নটো 2005 চনত আহিছিল)

উত্তৰঃ 
৩। মনোবিজ্ঞানৰ জ্ঞানে এজন শিক্ষকক কিদৰে সহায় কৰিব পাৰে ?(এই প্ৰশ্নটো 2003 চনত আহিছিল)

উত্তৰঃ
৪। মনোবিজ্ঞানৰ বুৎপত্তিগত অৰ্থৰ বিষয়ে অতি চমুকৈ লিখা ।(এই প্ৰশ্নটো 1999 চনত আহিছিল)

উত্তৰঃ 

৫। শিক্ষা মনোবিজ্ঞানৰ দুটা \ তিনিটা পদ্ধতি উল্লেখ কৰা ।(এই প্ৰশ্নটো 2003, 2006 আৰু 2008 চনত আহিছিল)

উত্তৰঃ 
৬। শিক্ষা মনোবিজ্ঞানৰ পৰিসৰৰ ভিতৰত থকা যিকোনো তিনিটা বিষয়ৰ উল্লেখ কৰা ।(এই প্ৰশ্নটো 2003, 2007 আৰু 2009 চনত আহিছিল)

উত্তৰঃ
  
৭। শিক্ষা মনোবিজ্ঞান বুলিলে কি বুজা ?(এই প্ৰশ্নটো 2003, 2005 আৰু 2009 চনত আহিছিল)

উত্তৰঃ 
৮। অস্বাভাৱিক মনোবিজ্ঞান বিষয়ে চমুকৈ লিখা ।(এই প্ৰশ্নটো 2010 চনত আহিছিল)

উত্তৰঃ 
৯। নৈদানিক মনোবিজ্ঞান বুলিলে কি বুজা ? (এই প্ৰশ্নটো 2019 চনত আহিছিল)

উত্তৰঃ 
১০। মনোবিজ্ঞানৰ অন্তদৰ্শন পদ্ধতিৰ বিষয়ে চমুকৈ লিখা ।(এই প্ৰশ্নটো 2005 চনত আহিছিল)

উত্তৰঃ 
(১) শিক্ষা-মনোবিজ্ঞান বিষয়ত অধ্যয়নৰ তিনিটা সম্ভাৱনীয়তাপূৰ্ণ দিশ উল্লেখ কৰা ।(এই প্ৰশ্নটো 2006 চনত আহিছিল)

উত্তৰঃ
১২। মনোবিজ্ঞানৰ ঘটনা বিৱৰণী পদ্ধতিৰ বিষয়ে চমুকৈ লিখা ।(এই প্ৰশ্নটো 2004, 2007 আৰু 2009 চনত আহিছিল)

উত্তৰঃ
১৩। শিক্ষা-মনোবিজ্ঞানৰ দুটা পদ্ধতি উল্লেখ কৰা ।(এই প্ৰশ্নটো 2016 চনত আহিছিল)

উত্তৰঃ 

১৪। মনোবিজ্ঞান আৰু শিক্ষা মনোবিজ্ঞানৰ মাজৰ চাৰিটা পাৰ্থক্য উল্লেখ কৰা ।(এই প্ৰশ্নটো 2010 চনত আহিছিল)

উত্তৰঃ 
১৫। প্ৰত্যক্ষ বিজ্ঞান স্বৰূপে মনোবিজ্ঞান ।

উত্তৰঃ 
১৬। পৰ্য্যবেক্ষণ পদ্ধতি ।

উত্তৰঃ
১৭। মনোবিজ্ঞানৰ সীমাবদ্ধতা ।

উত্তৰঃ 
১৮। শিক্ষা আৰু মনোবিজ্ঞানৰ মাজৰ চাৰিটা পাৰ্থক্য লিখা ।

উত্তৰঃ.
১৯। শিক্ষকে মনোবিজ্ঞান কিয় অধ্যয় কৰিব লাগে ? 

উত্তৰঃ 

C. Essay Type questions:১। শিক্ষাৰ ক্ষেত্ৰত মনোবিজ্ঞানৰ প্ৰয়োজনীয়তা সম্পৰ্কে আলোচনা কৰা ।(এই প্ৰশ্নটো 1999 চনত আহিছিল )

উত্তৰঃ

২। মনোবিজ্ঞান কি ? শিক্ষা  মনোবিজ্ঞানৰ পৰিসৰৰ বিষয়ে লিখা । (এই প্ৰশ্নটো 2004 চনত আহিছিল )

উত্তৰঃ 

৩।  মনোবিজ্ঞান বুলিলে কি বুজা ? শিক্ষামনোবিজ্ঞানৰ অধ্য়য়নে এজন শিক্ষকক কেনেদৰে সহায় কৰে তাৰে চাৰিটা দিশ উল্লেখ কৰা।(এই প্ৰশ্নটো 2000 আৰু 2009 চনত আহিছিল )

উত্তৰঃ 

৪। শিক্ষা-মনোবিজ্ঞান কি ? শিক্ষা-মনোবিজ্ঞানৰ পৰিসৰ সম্পৰ্কে চমুকৈ লিখা ।(এই  প্ৰশ্নটো 2017 চনত আহিছিল )

উত্তৰঃ 

৫। শিশুৰ মনত শুদ্ধ ধাৰণা গঢ়ি তুলিবৰ বাবে এজন শিক্ষকে ল`ব পৰা পাঁচটা  ব্য়ৱস্থা উল্লেখ কৰা । 

উত্তৰঃ 
৬। শিক্ষা মনোবিজ্ঞান কাক বোলে ? মনোবিজ্ঞান আৰু শিক্ষাৰ সম্পৰ্ক আলোচনা কৰা ।(এই  প্ৰশ্নটো 2001 চনত আহিছিল )

উত্তৰঃ 
৭। শিক্ষা মনোবিজ্ঞান কি ? শিক্ষা মনোবিজ্ঞানৰ তাতপৰ্যৰ বিষয়ে চমুকৈ লিখা ।(এই  প্ৰশ্নটো 20018 চনত আহিছিল )

উত্তৰঃ 
৮। এজন শিক্ষকৰ কিয় মনোবিজ্ঞান অধ্য়য়ন কৰাৰ প্ৰয়োজন ?(এই  প্ৰশ্নটো 2015 আৰু 2016 চনত আহিছিল )

উত্তৰঃ 

৯। শিক্ষা- মনোবিজ্ঞানৰ জ্ঞানে এজন শিক্ষকক সহায় কৰিব পৰা পাঁচটা উপায়ৰ বিষয়ে উল্লেখ কৰা ।(এই  প্ৰশ্নটো 2006 আৰু 2008 চনত আহিছিল )

উত্তৰঃ
১০। শিক্ষা-মনোবিজ্ঞান কাক বোলে ? মনোবিজ্ঞানৰ জ্ঞানে শিক্ষক এজনক শিক্ষাৰ ক্ষেত্ৰত কিদৰে সহায় কৰিব পাৰে ।(এই  প্ৰশ্নটো 2002 চনত আহিছিল )

উত্তৰঃ 
১১। যৌৱন কালৰ চাৰিটা বৈশিষ্ট্য় উল্লেখ কৰা ।(এই  প্ৰশ্নটো 2017 চনত আহিছিল )

উত্তৰঃ 
১২। শিক্ষা আৰু মনোবিজ্ঞানৰ মাজত থকা সম্বন্ধৰ বিষয়ে  লিখা ।(এই  প্ৰশ্নটো 2018 চনত আহিছিল )

উত্তৰঃ 
১৩। মনোবিজ্ঞানৰ যিকোনো পাঁচটা  শাখাৰ  নাম লিখা ।(এই  প্ৰশ্নটো 2007 চনত আহিছিল )

উত্তৰঃ 
১৪। পাঠ্য়ক্ৰম কি ? পাঠ্য়ক্ৰমৰ চাৰিটা প্ৰয়োজনীয়তা দাঙি ধৰা । (এই  প্ৰশ্নটো 2017 চনত আহিছিল )

উত্তৰঃ 
১৫। শিক্ষা মনোবিজ্ঞানৰ পৰিধিৰ বিষয়ে চমুকৈ আলোচনা কৰা ।(এই  প্ৰশ্নটো 2015 চনত আহিছিল )

উত্তৰঃ 

১৬। মনোবিজ্ঞানৰ দুটা গুৰুত্বপূৰ্ণ শাখা হিচাপে শিশু মনোবিজ্ঞান আৰু বিকাশ সম্বন্ধীয় মনোবিজ্ঞানৰ ধাৰণা দিয়া ।(এই  প্ৰশ্নটো 2017 চনত আহিছিল ) 

উত্তৰঃ 
১৭। শিক্ষা মনোবিজ্ঞান  বুলিলে কি বুজা ? এজন শিক্ষকে মনোবিজ্ঞান অধ্য়য়ন কৰাৰ কিয় প্ৰয়োজন ?(এই  প্ৰশ্নটো 2019 চনত আহিছিল )

উত্তৰঃ

১৮।  শিক্ষা আৰু মনোবিজ্ঞান ইটো সিটোৰ পৰিপূৰক, বিৰোধী নহয়”- ব্য়াখ্য়া কৰা ।

উত্তৰঃ 
১৯। শিক্ষা মনোবিজ্ঞানৰ বিষয়বস্ত্ত কি ? শিক্ষাৰ লক্ষ্য় স্থিৰ কৰাত  শিক্ষা  মনোবিজ্ঞানে কি দৰে সহায় কৰিব পাৰে ?

উত্তৰঃ
২০। মনোবিজ্ঞানৰ বিভিন্ন ধাৰণাৰ ভিতৰত কোনটো তোমাৰ গ্ৰহণযোগ্য় আৰু কিয় ?

উত্তৰঃ২১। শিক্ষাৰ লক্ষ্য়-উদ্দেশ্য় শিক্ষা দৰ্শনেহে নিৰ্দ্ধাৰণ কৰে , মনোবিজ্ঞানে নহয় । উক্তিটো ব্য়াখ্য়া কৰা ।

উত্তৰঃ
২২। কলাত্মক  শিক্ষা মনোবিজ্ঞান বিষয়ৰ বিজ্ঞানৰ ওপৰত প্ৰতিস্থিত হব লাগে । – উক্তিটো ব্য়াখ্য়া কৰা ।

উত্তৰঃ

BY , Alakesh Mahanta