হেন-উপ-আহি-কেকাঙ উৎসৱ কি উদ্ভিদৰ সৈতে জড়িত ?

উত্তৰঃ বাঁহৰ সৈতে । এই উৎসৱৰ সময়ত কাৰ্বি লোকসকলে বাঁহৰ গাজ নিৰীক্ষণ কৰে ।