১। কোবাক বিয়েক শব্দ অথ কি।

উওৰ – কোবাক বিয়েক শব্দ ফোবাকৰ অপভ্ৰংশ ৰপ আৰ অথ হল ৰক্ষাকবচৰ এটা ৰপ যিবোৰ ৰক্ষাকচক বা ঢাল বিয়েটসকলৰ যুদ্ধত ব্যৱহাৰ কৰিছিল।

২। কোবাক হাফংল নগৰৰ পৰা কিমান কিঃমি পশ্চিমে অৱস্হিত।

উওৰ = কোবাক হাফংল নগৰৰ পৰা ৬০ কিঃমি পশ্চিমে অৱহিত ।

৩। কাটিং মানে কি ।

উওৰ = কাটিং মানে হল এবিধ খাদ্যৰ উপযোগী লতা।

৪। চিপ মানে কি।

উওৰ = চিপ মানে হল সৰ পাহাৰ আৰ টিলা।

৫। দেৰেবোৰে কি ?

উওৰ = দেৰেবোৰে মানে হল ডিমাচী শব্দ দি ব্ৰাৰ অপভ্ৰংশ ৰপ।

৬। ডি আৰ ব্ৰা শব্দ দুটা অৰ্থ সৈতে লিখা।

উওৰ = ডি মানে পানী ব্ৰা মানে হল নিজৰাৰ মিলন।

৭। টেকেলি উদ্ধাৰ হোৱা ঠাইখনৰ নাম কি ।

উওৰ = টেকেলি উদ্ধাৰ হোৱা ঠাইখনৰ নাম হল দুবুংলি ।

৮। দুবুং আৰ লিং মানে কি।

উওৰ = দুবুং মানে ওখ ঘাঁহৰ আৰ লিং মানে হল খেতি।

৯। দিয়াং নৈৰ দুবুংলিং পৰা দেৰেবোৰে কিমান কিঃমি আঁতৰত অৱস্হিত ।

উওৰ = দিয়াং নৈৰ পৰা দুবুংলি পৰা দেৰেবোৰে ৩ কিঃমি আঁতৰত অৱস্হিত।

১০। কিমান চনত স্মৃতিচিহ্ন সংৰক্ষণ আইন প্ৰস্তত কৰা হৈছে।

উওৰ = ১৯০৪ চনত স্মৃতিচিহ্ন সংৰক্ষণ আইন প্ৰস্তত কৰা হৈছে।

১১। জাৰ বা টেকেলিৰ বৰাইল কিহৰে প্ৰস্তত কৰা হৈছে।

উওৰ = জাৰ আৰ চেকেলিৰ বৰাইল পাহাৰত পোৱা হানীয় বালি শিলৰ প্ৰস্তত কৰা হৈছে।

১২। জাৰ বা টেকেলিৰ প্ৰস্তত কৰোঁতে কি সজুঁলি ব্যৱহাৰ কৰা হৈছিল।

উওৰ = জাৰ বা টেকেলিৰ প্ৰস্তত কৰোঁতে ধাতুৰ সজুলি বা লোৰ বা বটালি ব্যৱহাৰ কৰা হৈছিল।

১৩। টেকেলিবোৰত কেইটা ভাগত ভাগ কৰা হৈছে।

উওৰ = টেকেলিবোৰত ৬টা ভাগত ভগোৱা হৈছে।

১৪। টেকেলিৰ ভাগৰসমূহ লিখা ।

উওৰ = টেকেলিৰ ভাগসমূহ হল – ১। টেকেলিবোৰৰ এবিধ হল দীঘলীয়া কণীৰ আকৃতিৰ টেকেলিৰ ।এটা মূৰ জোঙা আৰ

টেকেলিবোৰ ১৮০ৰ পৰা ১৫০ ছেঃমি দীঘল।

২। দ্বিতীয় প্ৰকাৰৰ টেকেলিবোৰ দ্বিশংকু যুক্ত। মধ্য অংশ বহল মাজত বিন্ধা আছে। এনে প্ৰকাৰৰ জাবোৰ ৭০ ৰ পৰা ৮০ ছেঃমি

দীঘল।

৩। তৃতীয় শ্ৰেণীৰ জাৰবোৰ চুঙা বা চিলিণ্ডাৰ আকৃতিৰ ওপৰৰ অমশতকৈ তলটো ঠেক । এইবোৰ দীঘলে ১৩০১ পৰা ১০ ছেঃমি

দীঘল।

৪। চতুথ প্ৰকাৰৰ জাৰবোৰ দুইফালে জোঙা আকৃতিৰ ।এই জাৰবোৰ প্ৰায় গোলকীয়।জাৰহৰ কাষটো কিছু চেপেটা।

৫।পঞ্চমতে এই প্ৰকাৰৰ জাৰবোৰ প্ৰায় ঢোল আকৃতিৰ ।

৬। ষষ্ঠতে এই প্ৰকাৰৰ জাৰবোৰ প্ৰায় গোলাকাৰ । আটাতকৈ ডাঙৰ জাৰটোআছিল প্ৰায় ১২০ ছেঃমি ৰ উচ্চতা আৰ বোধটো হল

২০০ ডায়েমিটাৰ ।

১৫। খাচীসকলে কত বসবাস কৰিছিল।

উওৰ = খাচীসকলে মেঘালয়ত খাচী পাহাৰত আৰ উওৰ কাছাৰ পাহাৰৰ সৰ সৰ স্হানত বাস কৰিছিল।

১৬। জাৰবোৰ ৰজাসকলে কি প্ৰস্তত কৰিবলৈ ব্যৱহাৰ কৰিছিল।

উওৰ = জাৰবোৰ প্ৰাচীন ৰজাসকলে মদ প্ৰস্তত কৰিবলৈ চাউল সিজাবলৈ বা পগাবলৈ ব্যৱহাৰ কৰিছিল।

১৭। হাটন আৰ মিলচে কিমান পাএ উদ্ধাৰ কৰিছিল।

উওৰ = হাটন আৰ মিলচে ৪০০ পাএ উদ্ধাৰ কৰিছিল।