১। ভাৰতলৈ কোন লোক প্ৰব্ৰজন হৈছিল।

উওৰ = ভাৰতলৈ অষ্ট্ৰো এচিয়াটিক লোকে প্ৰব্ৰজন হৈছিল।

২।পুৰাতাত্বিক সঞ্চলকাৰীয়ে কিমান পাএ উদ্বাৰ কৰিছিল।

উওৰ = পুৰাতাত্বিক সঞ্চলকাৰীয়ে ২১৭ টা পাএ উদ্বাৰ কৰিছিল।

৩। প্ৰাকৃতিক দুৰ্যোগ আৰ প্ৰত্নতাত্বিকসকলে কিমানটা পাএ অক্ষত অৱহতা আছে।

উওৰ = প্ৰাকৃতিক দুৰ্যোগ আৰ প্ৰত্নতাত্বিকসকলে ১৩৯টা পাএ অক্ষত অৱহতা আছে।

৪। কিমানটা শিলৰ ঘাট পোৱা গৈছে।

উওৰ = ৫টা শিলৰ ঘাট পোৱা গৈছে।