উত্তৰঃ ডেমগ্নাই বুলি কোৱা হয় ।
Month: July 2022
খেৰাই নৃত্য়ত কেইটা চিত্ৰকল্প ফুটাই তোলা হয় ?
উত্তৰঃ কমেও কুৰিটা চিত্ৰকল্প।
খেৰাইৰ দেওধনীক কি বুলি কোৱা হয় ?
উত্তৰঃ খেৰাই দেওধনীক দৌদিনী বুলি কোৱা হয়।
অসমৰ কোনটো অঞ্চলত খেৰাই নৃত্য়ৰ ভাস্কৰ্য দেখিবলৈ পোৱা যায় ?
উত্তৰঃ বৰগাং চাহ বাগিচাৰ উত্তৰে থকা নাগ পৰ্বতত খেৰাই নৃত্য়ৰ ভাস্কৰ্য শিলত কটা আছে।