অসমত কিমান প্ৰকাৰৰ ঢোল পোৱা যায় ?

উত্তৰঃ চাৰিপ্ৰকাৰৰ সেইবোৰ হ’ল- বিহু ঢোল, বৰঢোল, ঢেপাঢোল আৰু জয়ঢোল। বহুতে বিহু ঢোলক পাটি ঢোল বুলিও কয়।