প্ৰাকৃতিক সম্পদ | Chapter 14 | Class 8 Science Lesson 14 Question and Answer Assam Jatiya Bidyalay | Class 8 New Science Lesson 14 Solution Jatiya Bidyalay | AJB Class 8 Science Chapter 14 Important Answer |

প্ৰাকৃতিক সম্পদ

1. প্ৰাকৃতিক সম্পদ বুলিলে কি বুজা ? প্ৰাকৃতিক সম্পদবোৰক কেইভাগত ভগাব পাৰি ?

উত্তৰ:- 

2. নবীকৰণ যোগ্য আৰু অনৱীকৰণযোগ্য প্ৰাকৃতিক সম্পদ বুলিলে কি বুজা ? প্ৰত্যেকৰে দুটাকৈ উদাহৰণ দিয়া ।

উত্তৰ:- 

3. প্ৰাকৃতিক ভাৰসাম্যতা ৰক্ষা কৰাত বনাঞ্চলৰ গুৰুত্ব আলোচনা কৰা ।

উত্তৰ:- 

4. বনাঞ্চলৰ বাণিজ্যিক গুৰুত্ব সম্পৰ্কে চমুকৈ লিখা ।

উত্তৰ:- 

5. বনানীকৰণ বুলিলে কি বুজা  ?

উত্তৰ:– 

 6. বনাঞ্চল ধ্বংসই গোলকীয় উষ্ণতা বৃদ্ধিত অৰিহণা যোগাইছে । কাৰণ দৰ্শোৱাঁ ।

উত্তৰ: 

7. বৃক্ষৰোপণৰদ্বাৰা আমি কি কি সমস্যা সমাধান কৰিব পাৰোঁ ।

উত্তৰ:-

8. ইন্ধন কাক বোলে ? প্ৰাকৃতিক ইন্ধনবোৰৰ মূল উপাদান কি ?

উত্তৰ:

9. উৎকৃষ্ট ইন্ধনৰ বৈশিষ্ট্যবোৰ লিখা ঁ ।

উত্তৰ:-

10. কয়লা আৰু পেট্ৰলিয়ামৰ উৎপত্তি সম্পৰ্কে চমুকৈ লিখাঁ ।

উত্তৰ:- 

11. কয়লা আৰু পেট্ৰলিয়ামৰ নবীকৰণযোগ্য ইন্ধন । কাৰণ দৰ্শোৱাঁ ।

উত্তৰ: 

12. কয়লা কেইপ্ৰকাৰৰ আৰু কি কি ? কোন প্ৰকাৰৰ কয়লা ইন্ধন হিচাপে ব্যৱহাৰৰ বাবে উত্তম ।

উত্তৰ:- 

13.  পেট্ৰলিয়ামৰ আংশিক পাতন কৰি পোৱা দ্ৰব্যবোৰৰ নাম আৰু ব্যৱহাৰ উল্লেখ কৰা ।

14. শুদ্ধ উত্তৰটো বাছি উলিওৱাঁ ।

(i) তলৰ কোনটো সেউজ-গৃহ গেছ হয় ?

ক) নাইট্ৰজেন

খ) মিথেন

গ) কাৰ্বন ডাই-অক্সাইড

ঘ) নাইট্ৰজেনৰ অক্সাইড

উত্তৰ:-

(ii) কয়লা প্ৰধান উপাদানটো হৈছে 

ক) কাৰ্বন 

খ) হাইড্ৰজেন 

গ) ছালফাৰ 

ঘ) বনাঞ্চল

উত্তৰ:- 

(iii) কয়লা সৃষ্টিৰ শেষ স্তৰটো হৈছে 

ক) পিট

খ) লিগনাইট

গ) এনথ্ৰাছাইট 

ঘ) বিটুমিনাছ

উত্তৰ:- 

(iv) তলৰ কোনবিধ দ্ৰব্য বনাঞ্চলৰপৰা পাব নোৱাৰি ?

ক) ৰবৰ

খ) মম

গ) ঔষধ 

ঘ) লা

উত্তৰ:- 

(v) ভাৰতবৰ্ষৰ শক্তিৰ প্ৰধান উৎস হৈছে

ক) প্ৰাকৃতিক গেছ 

খ) কাঠখৰি

গ) কয়লা 

ঘ) পেট্ৰলিয়াম

উত্তৰ:- 

15. খালী ঠাই পৃৰ কৰাঁ ।

ক) উদ্ভিদে ———- গেছ শোষণৰদ্বাৰা গোলকীয় উত্তাপন নিয়ন্ত্ৰণ কৰে ।

উত্তৰঃ 

খ) পেট্ৰলিয়াম কেইবাবিধো ——– মিশ্ৰ ।

উত্তৰঃ 

গ) ——— উৰাজাহাজৰ ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয় ।

উত্তৰঃ 

ঘ) কয়লাৰপৰা প্ৰস্ত্ত কৰা এবিধ গোটা ইন্ধন হল ——– ।

উত্তৰঃ 

ঙ) কুইনাইন ——— গছৰপৰা তৈয়াৰ কৰা হয় ।

উত্তৰঃ