বিদ্যুৎ | Chapter 12 | Class 8 Science Chapter 12 Question and Answer Assam Jatiya Bidyalay | AJB Class 8 Science Chapter 12 Solution | Jatiya Bidyalay Class 8 Science Lesson 12 Important Answer |

অধ্যায় ১২

বিদ্যুৎ

 1.ঘৰ্ষণ বিদ্যুৎ কি ?

উত্তৰঃ 

2.পদাৰ্থ এটা বৈদ্যুতিকভাৱে আহিত হোৱা মানে কি বুজা যায়?

উত্তৰঃ 

3.কাচৰ দণ্ড এডাল পাটৰ কাপোৰেৰে ঘঁহিলে দুয়োবিধ পদাৰ্থই আহিত হয়? কথাষাৰ পৰীক্ষাৰ সহায়ত স্থাপন কৰা । 

উত্তৰঃ

4. ঘৰ্ষণৰ ফলত পদাৰ্থ আধানযুক্ত হোৱাৰ কাৰণ কি  ? পদাৰ্থৰ আণৱিক গঠনৰ সহায়ত ব্যাখ্যা কৰা ।

উত্তৰঃ  

5. দুটা বস্তুৰ ঘৰ্ষণত পদাৰ্থ দুটা সমপৰিমানে কিন্তু  বিপৰীতজাতীয় আধানেৰে আহিত হয় । পদাৰ্থৰ আণৱিক গঠনৰ সহায়ত ব্যাখ্যা কৰা ।

উত্তৰঃ 

6. কোনবোৰ ইলেকট্ৰনক মুক্ত ইলেকট্ৰন বোলা হয় লিখা ।

উত্তৰঃ 

৭. পৰিবাহী আৰু অপৰিবাহী পদার্থ কেনেদৰে চিনাক্ত কৰিব পাৰি লিখা ।

উত্তৰঃ 

৪. মাটি কিয় বৰ ভাল পৰিবাহী ?

উত্তৰঃ 

 9. লােহা এটুকুৰা পৰিৱহণ পদ্ধতিৰে কেনেকৈ আহিত কৰিব পাৰি ব্যাখ্যা কৰাঁ ।

উত্তৰঃ 

10. বৈদ্যুতিক আৱেশ কি ? 

উত্তৰঃ 

11. বৈদ্যুতিক আৱেশদ্বাৰা পৰিবাহীৰ দুই মূৰত জমা হােৱা আধানৰ পৰিমাণ সমান কিয় ? ব্যাখ্যা কৰাঁ । 

উত্তৰঃ 

12. এটা পৰিবাহী আৱেশ প্রক্রিয়াৰে কেনেকৈ আহিত কৰিব পাৰি বৰ্ণনা কৰাঁ । 

উত্তৰঃ

13. মেঘ কেনেকৈ আধানযুক্ত হয় ?

উত্তৰঃ 

 14. বিজুলী আৰু ঢেৰেকনিৰ সৃষ্টি কেনেকৈ হয় বাখ্যা কৰা । 

উত্তৰঃ 

15. বজ্রপাতৰ সৃষ্টি কেনেকৈ হয় ব্যাখ্যা কৰাঁ ? 

উত্তৰঃ 

16. বিজুলী পৰিৱহণ দণ্ডক কিয় আৰু কেনেদৰে স্থাপন কৰা হয় লিখা ।

উত্তৰঃ 

 1. বিদ্যুৎপ্রবাহ কি ? 

উত্তৰঃ 

2. ধাতুৰ মাজেৰে কিহৰ প্রবাহে বিদ্যুৎপ্রবাহ সৃষ্টি কৰে ? 

উত্তৰঃ

3. জুলীয়া পদাৰ্থৰ মাজেৰে বিদ্যুৎপ্রবাহ কিহৰ কাৰণে হয় ? 

উত্তৰঃ

4. পৰিবাহীৰ মাজেৰে বিদ্যুৎপ্রবাহ পঠিয়াবলৈ কি ব্যৱহাৰ কৰিব লাগিব ? 

উত্তৰঃ 

5. বিভবভেদৰ এটা উৎসৰ নাম লিখা । 

উত্তৰঃ 

6 . সৰল বৈদ্যুতিক কোষ আৰু বেটেৰিৰ মাজত পার্থক্য কি ? 

উত্তৰঃ 

7. এটা সৰল বৈদ্যুতিক বর্তনী আঁকা । 

উত্তৰঃ 

8. বিভবভেদৰ একক কি ? এটা টর্চলাইটত বাৱহাৰ কৰা বিদ্যুৎকোষৰ ভল্টেজ কিমান ?

উত্তৰঃ 

 9. চাৰিটা কোষ শ্রেণীবদ্ধভাৱে সংযােগ কৰি দেখুওঁৱা । 

উত্তৰঃ

10. চাৰিটা কোষ সমান্তৰালভাৱে সংযােগ কৰি দেখুওঁৱা । 

উত্তৰঃ 

11. মটৰগাড়ীত ব্যৱহাৰ কৰা বেটেৰিত কোষবােৰ কি সজ্জাত থাকে ? 

উত্তৰঃ 

12. 2 ভল্টৰ চাৰিটা কোষ শ্রেণীবদ্ধভাৱে সজালে সজ্জাটোৰ মুঠ ভল্টেজ কিমান হ’ব ? কোষকেইটা শ্রেণীবদ্ধভাৱে সজালে কিমান হব ? 

উত্তৰঃ

13. বিদ্যুৎকোষ সমান্তৰাল সজ্জাত সংযােগ কৰিলে কি সুবিধা হয় ? 

উত্তৰঃ 

14. বেটেৰি আহিতকৰণ মানে কি ? 

উত্তৰঃ 

15. বিদ্যুৎপ্রবাহ কি এককত জোখা হয় ? 

উত্তৰঃ 

16 . এক মাইক্ৰ’এম্পিয়াৰ কিমান এম্পিয়াৰৰ সমান ? 

উত্তৰঃ 

17. বিদ্যুৎপ্রবাহ আৰু বিভবভেদ জুখিবলৈ ব্যৱহাৰ কৰা সঁজুলিৰ নাম কি ? 

উত্তৰঃ 

18. এটা বৈদ্যুতিক বর্তনীত এম্পিয়াৰ আৰু ভল্টমিটাৰ সংযােগ কৰি দেখুওৱা । 

19. অমৰ বিধিটো কি ? 

উত্তৰঃ 

20. পৰিবাহীৰ মাজেৰে চালিত প্রবাহ কিহৰ কিহৰ ওপৰত নিৰ্ভৰ কৰে ?

উত্তৰঃ 

 21. বৈদ্যুতিক ৰােধৰ কাৰণ কি ? ইয়াৰ একক কি ? 

উত্তৰঃ 

22 . কোনাে এডাল ধাতুৰ তাৰৰ দুইমূৰে 2 ভল্ট বিভবভেদ প্রয়ােগ কৰাত 0.5 এম্পিয়াৰ প্রবাহ চালিত হ’ল । তাৰডালৰ ৰােধ কিমান ?

উত্তৰঃ 

23. 22 নং প্রশ্নৰ তাৰডালৰ দুয়ােমূৰে 1.5 ভ’ল্ট বিভবভেদ প্রয়ােগ কৰিলে কিমান প্রবাহ তাৰডালেদি চালিত হ’ব ?

উত্তৰঃ 

 1. বিদ্যুৎপ্ৰবাহে যে চুম্বকত্ব সৃষ্টি কৰে এই ঘট ঘটনা কোনে প্ৰথমে আৱিস্কাৰ কৰিছিল ?

উত্তৰঃ

2. এডাল লোৰ টুকুৰা বা গজাল কেনেকৈ বিদ্যুূৎচুম্বক কৰিব পাৰি তাৰ এটা বৰ্তনী চিত্ৰ আঁকা ।

উত্তৰঃ 

3. বিদুৎচুম্বক এডালৰ চুম্বকত্ব কেনেকৈ বঢ়াব পাৰি ?

উত্তৰঃ 

4. বিশুদ্ধপানী বিদ্যুৎপৰিবাহীনে ? ইয়াক কেনেকৈ পৰিবাহী কৰিব পাৰি ?

উত্তৰঃ

5.পানীত কপাহ ছালফেট মিহলালে কিয় বিদ্যুৎপৰিবাহী হয়?

উত্তৰঃ 

6. এট বৰ্তনী চিত্ৰ আঁকি কপাহ ছালফেটৰ দ্ৰৱৰ মাজৰে চালিত আয়নৰ দিশ দেখওৱাঁ ।

উত্তৰঃ 

7. তড়িলেপন কি ?

উত্তৰঃ 

8. এখন লোৰ চামুচত তামৰ প্ৰলেপ দিব লাগে । এই প্ৰলেপ কেনেকৈ পৰিব বৰ্তনী চিত্ৰৰে দেখুওৱাঁ ।

উত্তৰঃ 

1. বৈদ্যুতিক ক্ষমতা কি?

উত্তৰঃ 

2. ভল্টেজ আৰু বিদ্যুৎপ্ৰৱাহৰ লগত বৈদ্যুতিক ক্ষমতাৰ সম্বন্ধ কি ?

উত্তৰঃ 

3.  ক্ষমতা জুখিবলৈ কি একক ব্যৱহাৰ কৰা হয়?

উত্তৰঃ 

4. বৈদ্যুতিক শক্তিৰ লগত ক্ষমতাৰ সম্বন্ধ কি ?

উত্তৰঃ 

5. বৈদ্যুতিক শক্তি কি এককত জোখা হয়?

উত্তৰঃ 

6. 1 কিলৱাট কিমান মাইক্ৰৱাটৰ সমান হব?

উত্তৰঃ 

7. টৰ্চলাইট বাল্ব এটাৰ ক্ষমতা আনুমানিক কিমান হ’ব পাৰে ?

উত্তৰঃ 

8. 220 ভল্ট বিভবভেদ প্ৰয়োগ কৰাত এটা বাল্বৰ মাজেৰে 0.1 এম্পিয়াৰ প্ৰৱাহ চালিত হল । বাল্বটোৱে ব্যস কৰা ক্ষমতাৰ মান কিমান ?

উত্তৰঃ 

9. 100 ৱাট ক্ষমতাৰ বাল্ব এটাত 200 ভল্ট বিভবভেদ প্ৰয়োগ কৰা হল । বাল্বটোৰে কিমান প্ৰৱাহ চালিত হব ?

উত্তৰঃ 

10. 1কিলৱাট ক্ষমতাৰ বৈদ্যুতিক হিটাৰ এটাত 200 ভল্ট বিভবভেদ প্ৰয়োগ কৰা হল। মিটাৰটোৰে কিমান প্ৰৱাহ চালিত হব ?

উত্তৰঃ 

11. ভল্টজ, বিদ্যুৎপ্ৰৱাহ আৰু প্ৰবাহচালিত সময় জনা থাকিলে ব্যয়  হোৱা বৈদ্যুতিক শক্তিৰ মান কেনেকৈ উলিয়াব পাৰি ?

উত্তৰঃ 

12. এটা বৈদ্যুতিক ইষ্ট্ৰিৰ ক্ষমতা 0.6 ৱাট । 1.5 ঘন্টাত ই কিমান বৈদ্যুতিক শক্তি ব্যয় কৰিব ?

উত্তৰঃ 

13. দুটা 60 ৱাটৰ বাল্ব 5 ঘন্টা একেৰাহে জ্বলিল  । বাল্ব দুটাই ব্যয় কৰা মুঠ শক্তি কিমান হব?

উত্তৰঃ 

14. দুটা 40 ৱাটৰ বাল্ব দিনে 5 ঘন্টাকৈ জ্বলিলে 30 দিনত মুঠ কিমান বৈদ্যুতিক শক্তি কিমান হব?এক ইউনিট বৈদ্যুতিক শক্তিৰ বাবে খৰচ 2.50 টকা হলে বাল্ব দুটা জ্বলা বাবে কিমান  খৰচ ভৰিব লাগিব ?

উত্তৰঃ

15. এটা টৰ্চলাইটৰ বাল্বত 2 ভল্ট বিভবভেদ প্ৰয়োগ কৰাত 0.2 এম্পিয়াৰ প্ৰৱাহ 10 ছেকেগুৰ বাবে চালিত হল । টৰ্চলাইটটোত কিমান কিলৱাট ঘন্টা বৈদ্যুতিক শক্তি খৰচ হব ?

উত্তৰঃ 

16. জেনেৰেটৰৰ মূল নীতিটোৰ কি ?

উত্তৰঃ 

17. তিনি ধৰণৰ বিদ্যুৎ উৎপাদান কেন্দ্ৰ কি কি ?

উত্তৰঃ 

18. জলবৈদ্যুতিক কেন্দ্ৰত কি শক্তি ব্যৱহাৰ কৰি টাৰ্বাইন ঘূৰোৱা হয় ?

উত্তৰঃ 

19. ফিউজ তাঁৰডাল কত লগোৱা থাকে ? যি কোনো তাঁৰকেই ফিউজ হিচাপে সংযোগ কৰিব পাৰিনে ?

উত্তৰঃ