হাজং মহিলাই কঁকালত কি বস্ত্ৰ পিন্ধে ?

উত্তৰঃ হাজং মহিলাই কঁকালত পাটিং নামৰ বস্ত্ৰ পিন্ধে ।