চৌপাশৰ বস্তুবোৰ – ধাতু আৰু অধাতু | Lesson 4 | Class 8 Science Lesson 4 Question and Answer Assam Jatiya Bidyalay | Jatiya Bidyalay Class 8 Science Chapter 4 Solution | AJB Class 8 New Science Important Answer |

পাঠ ৪

ধাতু আৰু অধাতু

1. শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ

i) জুলীয়া অধাতুবিধ হ’ল — 

a) আয় ডিন  b) মার্কিউৰি  c) ব্ৰমিন  d) ক্ল’ৰিন 

উত্তৰঃ

ii) নিম্নোক্তবােৰৰ ভিতৰত আটাইতকৈ কম গলনাংকৰ ধাতুবিধ হ’ল—

a) ছ’ডিয়াম  b) গেলিয়াম  c) এলুমিনিয়াম  d) টাংষ্টেন

উত্তৰঃ 

iii) হীৰা 一

a) নমনীয়  b) ঘাতসহনীয়  c) অতি কোমল  d) উজ্জ্বল

উত্তৰঃ

iv) মেগনেছিয়াম ফিটা জ্বলালে উৎপন্ন হােৱা বগা গুড়ি হ’ল—

a) মেগনেছিয়াম  b) মেগনেছিয়াম অক্সাইড  c) মেগনেছিয়াম ছালফেট  d) মেগমেছিয়াম হাইড্রক্সাইড

উত্তৰঃ 

v) পানীত বুৰাই ৰখা মৌলবিধ হ’ল—

a) ছ’ডিয়াম  b) আইৰন  c) ফছফৰাছ  d) মার্কিউৰি

উত্তৰঃ 

2. খালী ঠাই পূৰ কৰাঃ

i) ধাতু + এছিড → লৱন + হাইড্রজেন 

ii) ধাতুৰ অক্সাইড ক্ষাৰকীয় আৰু অধাতুৰ অক্সাইড আম্লিক ধর্মবিশিষ্ট।

iii) একে ধৰণৰ কণাৰে গঠিত পদার্থক মৌল বোলে।

iv) বৈদ্যুতিক বাল্বত ফিলামেন্ট হিচাপে ব্যৱহৃত ধাতুবিধৰ নাম হ’ল টাংষ্টেন

v) কাঠপেঞ্চিলত থকা কলা অধাতুবিধ হ’ল গ্ৰেফাইট।

vi) Zn + CuSO4 à ZnSO4 + Cu

3. নমনীয়তা আৰু ঘাতসহনীয়তা বুলিলে কি বুজা লিখা।

উত্তৰঃ 

4. ধাতু আৰু অধাতুৰ মাজৰ ভৌতিক ধৰ্মৰ তিনিটা পার্থক্য লিখা।

উত্তৰঃ 

5. ভৌতিক আৰু ৰাসায়নিক ধৰ্মৰ মাজৰ পার্থক্য লিখা।

উত্তৰঃ 

6. অপসাৰণ বিক্রিয়াৰ বিষয়ে উদাহৰণ সহ লিখা।

উত্তৰঃ 

7. ছ’ডিয়াম ধাতুক কিয় কেৰাচিনত ডুবাই ৰখা হয় লিখা।

উত্তৰঃ

8. ফছফৰাছক কিয় পানীত ডুবাই ৰখা হয় লিখা।

উত্তৰঃ 

9 . ধাতুৱে ক্ষাৰকৰ সৈতে কেনেদৰে বিক্রিয়া কৰে লিখা। উদাহৰণ দিবা।

উত্তৰঃ  

10. এবিধ ধাতুৱে এছিডৰ সৈতে বিক্রিয়া কৰি এবিধ গেছ উৎপন্ন কৰিছে। গেছবিধ হাইড্রজেন বুলি কেনেকৈ গম পাবা?

উত্তৰঃ 

11. মেগনেছিয়ামে অক্সিজেনৰ লগত বিক্রিয়া কৰি উৎপন্ন কৰা পদার্থবিধ ক্ষাৰকীয় বুলি কেনেদৰে প্ৰমাণ কৰিবা লিখা।

উত্তৰঃ 

12. ছালফাৰে অক্সিজেনৰ লগত বিক্রিয়া কৰি এবিধ গেছ উৎপন্ন কৰে। গেছবিধ আম্লিক নে ক্ষাৰকীয় কেনেদৰে প্রমাণ কৰিবা?

উত্তৰঃ 

13. বাঁওফালৰ প্রতিটোৰ সৈতে সোঁফালৰটো মিলােৱা

a. ধাতু    –    d. নিনাদী গুণসম্পন্ন

b. কপাৰ    –    c. বিদ্যুতৰ সুপৰিবাহী

গেলিয়াম     –     e. হাতত ল’লে গলে

d. ক্ল’ৰিন    –    a.পানী বীজাণুমুক্ত কৰিবলৈ ব্যৱহৃত হয়।

e. ছালফাৰ    –    b. অধাতু