Class 3 Niti Mallika Sankardev School | ভেঁকুলী আৰু এন্দুৰ | Chapter 12 | অধ্য়ায় ১২ | Class 3 Niti Mallika Book Sankardev School Question Answer | এই পাঠটো সকলো প্ৰশ্ন উত্তৰ পাব |

ভেঁকুলী আৰু এন্দুৰ

অধ্য়ায় ১২

আৰ্হি প্ৰশ্নঃ

(ক) ভেঁকুলী আৰু এন্দুৰে এৰা-এৰি নহ’বৰ বাবে কি কৰিছিল?

উত্তৰঃ ভেঁকুলী আৰু এন্দুৰে এৰা-এৰি নহ’বক বাবে এইজনে আনজনৰ ঠেং দুখন নিজৰ ঠেংৰ লগত  বান্ধি ল’লে।

(খ) ভেঁকলী আৰু এন্দুৰে ঠেং দুখন বান্ধিলোৱা পৰিণতি কি হ’ল ?

উত্তৰঃ ভেঁকলী আৰু এন্দুৰে ঠেং দুখন বান্ধিলোৱা পৰিণতি চিলনীজনী আহাৰ হব লগা হ’ল।

(গ) নিষ্ঠুৰ কোন ? ভেকুলী নে এন্দুৰ ?

উত্তৰঃ নিষ্ঠুৰ ভেঁকুলী আছিল।

(ঘ) ভেঁকুলী আৰু এন্দুৰক কোনে ভক্ষণ কৰিলে?

উত্তৰঃ ভেঁকুলী আৰু এন্দুৰক চিলনীয়ে ভক্ষণ কৰিলে।

(ঙ) সাধুটো পঢ়ি কি উপদেশ পালা ?

উত্তৰঃ সাধুটো পঢ়ি আমি এইটো উপদেশ পালো যে কেতিয়াও কাকো বিশ্বাস কৰিব নালাগে। সি নিজৰ ঘৰৰ মানুহে হব পাৰে কিন্তু বিশ্বাস কৰিব নালাগে।

Question Answer By Bikash Bora