Class 3 Niti Mallika Sankardev School | ৰামৰ বনবাস | Chapter 5 | অধ্য়ায় ৫ | Class 3 Niti Mallika Book Sankardev School Question Answer | এই পাঠটো সকলো প্ৰশ্ন উত্তৰ পাব |

ৰামৰ বনবাস

অধ্য়ায় ৫

আৰ্হি প্রশ্নঃ

(ক) দশৰথ কোন বংশৰ ৰজা আছিল ?

উত্তৰঃ দশৰথ ইক্ষাকু বংশৰ ৰজা আছিল।

(খ) দশৰথৰ ৰাজ্যখনৰ নাম কি?

উত্তৰঃ দশৰথৰ ৰাজ্য়খনৰ নাম অযোধ্য়া আছিল।

(গ) ৰামচন্দ্ৰৰ মাতৃৰ নাম কি আছিল ?

উত্তৰঃ ৰামচন্দ্ৰৰ মাতৃৰ নাম কৌশল্যা আছিল।

(ঘ) কৈকেয়ীয়ে দশৰথক খোজা বৰ দুটা কি আছিল ?

উত্তৰঃ কৈকেয়ীয়ে খোজা বৰ দুটা হ’ল:-

1) ৰামৰ চৈধ্য বছৰ বনবাস।

2) ভৰতক অযোধ্যাৰ যুৱৰাজ পাতিব লাগিব।

(ঙ) ‘ৰামৰ বনবাস’ পাঠটিৰ পৰা কি শিকিলা চমুকৈ লিখা ।

উত্তৰঃ ৰামৰ বনবাস পাঠটিৰ পৰা এইটো শিক্ষা পালো যে সদায় পিতৃ বাক্য পালন কৰিব লাগে।

Question Answer By Bikash Bora