Class 4 ৰামায়ণ সাধু Sankardev School | ৰাজকুমাৰ | Chapter 1 | প্ৰথম অধ্য়ায় | Class 4 Ramayana Sadhu Book Sankardev School Question Answer | এই পাঠটো সকলো প্ৰশ্ন উত্তৰ পাব |

ৰাজকুমাৰ সাধু

প্ৰথম অধ্য়ায়

(ক) খালী ঠাই পূৰ কৰাঃ

(১) যুগ চাৰিটা- (ক) সত্য় যুগ (খ) ত্ৰেতাযুগ (গ) দ্বাপৰযুগ (ঘ) কলিযুগ

(২) ৰজা দশৰথৰ তিনিগৰাকী ৰাণী আছিল-(ক) কৌশল্যা (খ) সুমিত্ৰা (গ) কৈকেয়ী

(৩) ৰজা দশৰথৰ বৰ পুত্ৰৰ নাম ৰাম আছিল।

(৪) ভৰত, লক্ষ্মণ, শক্ৰঘ্ন, ৰামচন্দ্ৰ ৰ সৰু ভায়েক আছিল।

(খ)ৰামৰ চাৰিটা গুণ লিখা-

উত্তৰঃ

(১) দুখীয়া-নিচলাক দান কৰা

(২) ডাঙৰক সন্মান কৰা 

(৩) সদায় সঁচা কথা কোৱা

(৪) সৰুবোৰক মৰম কৰা ইত্যাদি 

(গ) চমু উত্তৰ দিয়া

 (১) সুমিত্ৰাৰ পুত্ৰদ্বয়ৰ নাম  কি আছিল ?

উত্তৰঃ সুমিত্ৰাৰ পুত্ৰদ্বয়ৰ নাম হ’ল- লক্ষ্মণ আৰু শত্ৰুঘ্ন।

(২) ৰামচন্দ্ৰ কাৰ সন্তান আছিল ?

উত্তৰঃ ৰামচন্দ্ৰ কৌশল্য়াৰ সন্তান আছিল।

(৩) ভৰতৰ লগত কাৰ বিশেষ মিল আছিল ?

উত্তৰঃ ভৰতৰ লগত শত্ৰুঘ্নৰ লগত বিশেষ মিল আছিল ।

(৪) অযোধ্যা নগৰৰ কাষেৰে বৈ যোৱা নদীখনৰ নাম কি ?

উত্তৰঃ অযোধ্যা নগৰৰ কাষেৰে বৈ যোৱা নদীখনৰ নাম হ’ল সৰযু নদী ।

(৫) ক্ষত্ৰিয়ৰ প্ৰধান দায়িত্ব কি ?

উত্তৰঃ ক্ষত্রিয়ৰ প্ৰধান দাত্রিত্ব হৈছে দুষ্টৰ পৰা সমাজক ৰক্ষা কৰা ।

(ঘ) দশৰথৰ চাৰিও পুত্ৰই প্ৰতিদিন কেনেধৰণৰ কাৰ্যকলাপ সম্পাদন কৰিছিল- পাঠৰ আধাৰত লিখা ।

উত্তৰঃ দশৰথৰ চাৰিও পুত্ৰই প্ৰতিদিনে ৰাতিপুৱা সূৰ্য উদয়ৰ আগতে উঠি সকলোতকৈ আগেতে মাক-পিতাক আৰু গুৰু বশিষ্ঠ প্ৰণাম কৰে । তাৰ পাছত শৰীৰটোক শক্তিশালী কৰিবলৈ সূৰ্য নমস্কাৰ আৰু ব্যায়াম কৰে । তাৰপাছত অযোধ্যা  নগৰৰ কাষৰ সৰযু নদীত গা ধুই তেওঁলোকে ভগৱানক পূজা কৰে আৰু ভাল ভাল গ্ৰন্থ অধ্যয়ন কৰে ।

Question Answer By Bikash Bora