দেশী শব্দ কাক বোলে ?

উত্তৰ = যি বিলাক শব্দ অতীতৰে পৰা অসমীয়া মানুহে ব্যৱহাৰ কৰি আহিছে সেইবোৰ শব্দক দেশী বা নিভাজঁ অসমীয়া শব্দ বোলে ।