উত্তৰ = দেশী শব্দৰ আন নাম নিভাঁজ অসমীয়া শব্দ ।
Month: September 2022
তদ্ভৱ শব্দ কাক বোলে ?
উত্তৰ = যিবোৰ শব্দ সংস্কৃতৰ পৰা প্ৰাকৃতৰ মাজেদি পৰিৱৰ্তন হৈ অসমীয়া ভাষাৰ ব্যৱহাৰ হয় তাকে তদ্ভৱ শব্দ বা সংস্কৃতৰ উদ্ভ হোৱা শব্দ বোলে ।
তদ্ভৱ শব্দৰ আন নাম কি ?
উত্তৰ = তদ্ভৱ শব্দৰ আন সংস্কৃতৰ পৰা উদ্ভৱ হোৱা শব্দ ।
তৎসম শব্দৰ আন মান কি ?
উত্তৰ = তৎসম শব্দৰ আন নাম অবিকৃত সংস্কৃত শব্দ ।