তুলনামূলক ব্যাকৰণৰ মূল উদ্দেশ্য কি ?

উত্তৰ = তুলনামূলক ব্যাকৰণত দুটা বা ততোধিক ভাষাৰ মিল আৰু অমিলৰ তুলনামূলক আলোচনা কৰা ।