সম্বন্ধগত ব্যাকৰণ মানে কি ?

উত্তৰ = সংগঠনবাদ আৰু টিজিধাৰাৰ অতিবিধিৰতাকাৰি যিবোৰ নতুন ব্যাকৰণ উদ্ভৱ হৈছে সেইবোৰৰ ভিতৰত সম্বন্ধগত ব্যাকৰণ অন্যতম ।