উত্তৰ ঃ ধ্বনি বিজ্ঞানৰ ভূমিকা শীৰ্ষক গ্ৰন্থখন ড° গোলোকচন্দ্ৰ গোস্বামীৰ ৰচনা ।
Month: October 2022
অসমীয়া ভাষাৰ বিশিষ্ট্য নাসিকা ধ্বনি কেইটা আৰু কি কি ?
উত্তৰ ঃ অসমীয়া ভাষাৰ বিশিষ্ট্য নাসিকা ধ্বনি তিনিটা আৰু সেইবোৰ হ’ল ম,ন,ঙ ।
অসমীয়া ভাষাৰ উষ্ণধ্বনি কেইটা আৰু কি কি ?
উত্তৰ ঃ অসমীয়া ভাষাৰ উষ্ণধ্বনি চাৰিটা আৰু সেইবোৰ হ’ল চ,জ,স,হ ।
অসমীয়া গোলোক ব্যাকৰণৰ ভাগ দুটা কি কি ?
উত্তৰ ঃ অসমীয়া গোলোক ব্যাকৰণ ভাগ দুটা হৈছে সুবোধ আৰু প্ৰবোধ ।