শ্ৰুতিধ্বনিবিজ্ঞানম আৰু শ্ৰুয়মান ধ্বনি বিজ্ঞনক একেলগে কি আখ্যা দিব পাৰি ?

উত্তৰ ঃ শ্ৰুতি বিজ্ঞান আৰু শ্ৰুয়মান ধ্বনিবিজ্ঞানক একেলগে যান্ত্ৰিক ধ্বনিবিজ্ঞান অথবা পৰীক্ষাগাৰ ধ্বনিবিজ্ঞান আখ্যা দিব পাৰি ।

ধ্বনি তত্ত্বৰ বিজ্ঞান আলোচ্য বিষয় কি ?

উত্তৰ ঃ ভাষাৰ মূল হৈছে ধ্বনি ।এই ধ্বনিৰ উচ্চাৰণ, উচ্চাৰণ কৰোঁতে প্ৰয়োগ হোৱা বাগিন্দ্ৰীয় সমূহ, উচ্চাৰণ বিবিধ কৌশল, উচ্চাৰণ স্থান,ধ্বনিৰ শ্ৰেণীবিভাজন আদিৰ বশদ আলোচনাই ধ্বনিবিজ্ঞানৰ আলোচ্য বিষয় ।