শব্দৰ অক্ষৰ সুৰ বন্ধা কেইটামান ভাষাৰ নাম লিখা ?

উত্তৰ ঃ শব্দৰ অক্ষৰ সুৰ বন্ধা কেইটামান ভাষাৰ নাম হ’ল — ভোটবৰ্মী,থাই, আহোম ।