ডিঙি নাই মূৰ নাই জলচৰী বাহ, এবাৰ পোৱালি দি তাই মৰি যায় ?

উত্তৰঃ কেঁকোৰা