পাৰস্য়ত এভুমুকি | Class 10 Assamese Question Paper | Class 10 Assamese All Question | 2010 to 2020 All Class 10 Question in Assamese Book | ২০১১ৰ চনৰ পৰা ২০২০ লৈ | দশম মান শ্ৰেণীৰ অসমীয়া প্ৰশ্ন | Class 10 Assamese Book Question Bank |

গোট-৩

পাৰস্য়ত এভুমুকি  

A. অতি চমু প্ৰশ্নাৱলীঃ

মূল্য়াংকঃ ১ নম্বৰকৈ 

১। ইৰাণৰ ৰাজধানীৰ নাম কি ?  [HSLC’16]

২। ‘তটৰেখা’ কি ? [HSLC’17]

৩। পোনতে ইৰাণৰ পাৰমানৱিক কাৰ্যসূচীৰ মূল পৃষ্ঠপোষক কোন আছিল ? [HSLC’18]

৪। ইৰাণৰ ইছলামিক গণন্ত্ৰৰ প্ৰতিষ্ঠা কোন ? [HSLC’19,20]

B. চমু প্ৰশ্নাৱলীঃ

মূল্য়াংকঃ ২/৩ নম্বৰকৈ 

১। ইৰাণীসকলৰ নৱবৰ্ষ উৎসৱৰ চমু বিৱৰণ দিয়া । [HSLC’16]

২। শ্বিৰীণ ইবাডিৰ এটি চমু পৰিচয় দিয়া । [HSLC’16]

৩। পাৰস্য়ৰ এটা কথাই মোক সদাই আকৰ্ষণ কৰিছিল । লেখকক কি এটা কথাই আকৰ্ষণ কৰিছিল ? [HSLC’17]

৪। বুশ্বেৰ বিমান বন্দৰটোক কিয় গুৰুত্বপূৰ্ণ বুলি কোৱা হৈছে ? [HSLC’17]

৫। জাগ্ৰছ পৰ্বতমালাৰ বিষয়ে তোমাৰ পাঠ্য়পুথিত সহায়ত লিখা । [HSLC’18]

৬। বেহেষ্ট-ই-জাহাৰাৰ লগত টেহৰাণবাসীৰ সম্পৰ্কৰ বিযষয়ে লিখা । [HSLC’18]

৭। ইৰাণৰ শাসক নাদিৰ শ্বাহৰ ৰাজত্বই ভাৰতবৰ্ষত কি বিভীষিকাৰ সৃষ্টি কৰিছিল ? [HSLC’19]

৮। তেলৰ বাবে চলোৱা খনন কাৰ্যত ‘মাডলগিং’ আহিলাসমূহৰ ভূমিকা কি ? [HSLC’19]

৯। টেহৰাণৰ প্ৰাকৃতিক ইৱস্থা কেলেকুৱা লিখা । [HSLC’20]

Type by- Bikul Mandal