বতৰ । অধ্য়ায় ৩ । Class 5 Enviroment (SCERT) School Question Answer । বতৰ Lesson 3 Question Answer Solution For Assam।

বতৰ

১। উত্তৰ লিখা—

(ক) বতৰ বুলিলে কি বুজা?

উত্তৰঃ

(খ) ঋতু কেইটা আৰু কি কি ?

উত্তৰঃ

(গ) বতৰৰ আগজাননী মানে কি?

উত্তৰঃ

 (ঘ) বতৰৰ তথ্যপাতি দিয়া তিনিবিধ সঁজুলিৰ নাম ।

উত্তৰঃ

(ঙ) কোনটো বিভাগে গোটেই দেশখনৰ বাবে বতৰৰ আগজাননী প্রস্তুত আৰু প্ৰচাৰ কৰে ?

উত্তৰঃ

২।‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা

বায়ুৰ উষ্ণতাবায়ুত থকা জলীয় বাষ্পৰ পৰিমাণবৰষুণৰ পৰিমাণবায়ুৰ গতিবেগৰেইনগজথাৰ্ম’মিটাৰএনিম’মিটাৰহাইগ্ৰ’মিটাৰ

উত্তৰঃ

৩। খালী ঠাই পূৰ কৰা

(ক) গৰম দিনত পাতল _________ কাপোৰ পিন্ধিবলৈ বৰ আৰামদায়ক। 

উত্তৰঃ

 (খ) বতাহৰ দিশ জুখিবলৈ _________ নামৰ সঁজুলি ব্যৱহাৰ কৰা হয়।

উত্তৰঃ

(গ) বায়ুমোজা বতাহৰ __________ আৰু ________ নিৰ্ণয় কৰিবলৈ ব্যৱহাৰ কৰা হয় ।

উত্তৰঃ

(ঘ) ধুমুহা আহিলে আকাশত __________মাৰে আৰু মেঘেও গাজে।

উত্তৰঃ

৪। বতৰৰ আগজাননী কি কি মাধ্যমৰ জৰিয়তে দিয়া হয় ?

উত্তৰঃ

৫। চমু টোকা লিখা –

(ক) ৰেইনগজ

উত্তৰঃ

 (খ) কৃত্রিম উপগ্রহ 

উত্তৰঃ

(গ) বতৰ বিজ্ঞান কেন্দ্র।

উত্তৰঃ

 (ঘ) খৰাং বতৰ

উত্তৰঃ

(ঙ) ফৰকাল বতৰ

উত্তৰঃ

৬। বতৰ অনুযায়ী আমাৰ সাজ-পাৰ কেনেধৰণৰ হ’ব লাগে লিখা।

উত্তৰঃ

৭। কি কি কামত বতৰৰ আগজাননীয়ে সহায় কৰে।

উত্তৰঃ

৮। বতৰৰ উপাদানকেইটাৰ নাম কি কি?

উত্তৰঃ