বিষাদ যোগ | Class 10 Assamese Question Paper | Class 10 Assamese All Question | 2010 to 2020 All Class 10 Question in Assamese Book | ২০১১ৰ চনৰ পৰা ২০২০ লৈ | দশম মান শ্ৰেণীৰ অসমীয়া প্ৰশ্ন | Class 10 Assamese Book Question Bank |

 গোট-১০                        (ক) বিষাদ যোগ 

A. অতি চমু প্ৰশ্নাৱলীঃ               মূল্য়াংকঃ ১ নম্বৰকৈ .

১। ভট্ৰদেৱৰ সম্পূৰ্ণ নামটো কি ? [HALC’16, 20]

২। কুলক্ষয় দোষ কি ? [HSLC’17]

৩। বিষাদ যোগ পাঠটিৰ মূল কি ? [HSLC’18]

৪। অৰ্জুনৰ ধনুখনৰ নাম কি ? [HSLC’18]

৫। ভট্ৰদেৱৰ গুৰু কোন ? [HSLC’19]

B. চমু প্ৰশ্নাৱলীঃ                      মূল্য়াংকঃ ২/৩ নম্বৰকৈ 

১। __ এই ছয় দোষত আততায়ী__ কৌৰৱসকল কি কি ছয় দোষত আততায়ী হৈছিল ? [HSLC’16]

২। অর্জুনে শ্ৰীকৃষ্ণক উভয় সেনাৰ মাজত ৰথ ৰাখিবলৈ কিয় কৈছিল? [HSLC ‘16,18]৩। ভট্টদেৱৰ গদ্যৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা।[HSLC ’17]

৪। ‘আবে পাণ্ডৱসৱৰ যুদ্ধোৎসৱ শুনা’ কুৰুক্ষেত্ৰ যুদ্ধৰ প্রাকক্ষণত পঞ্চপাণ্ডৱে কি কি শঙ্খ ৰজাইছিল? [HSLC ’17] ৫। ভট্টদেৱে কবিৰত্ব আৰু ভাগৱত ভট্টাচার্য উপাধি কিয় লাভ কৰে? [HSLC ’18] ৬। ‘আততায়ী’ কাক বোলে ? [HSLC ’19] ৭। “জানা ৰাজা, যুদ্ধৰ সন্মুখত অর্জুনে এহি বাক্য বুজি ধনুশৰ এৰি কম্পিত হৈলা, ৰথৰ উপৰত বসিলা।” – এইদৰে কোনে, কাক কৈছে? অর্জুনে কি বাক্য বৈ ৰথৰ ওপৰত বহি পৰিল, তোমাৰ কথাৰে লিখা । [HSLC 19] ৮। কুৰুক্ষেত্ৰ ৰণৰ আৰম্ভণিতে কৃষ্ণ, অর্জুন, ভীম, যুধিষ্ঠিৰ । নকুল আৰু সহদেবে বজোৱা শংখকেইটাৰ নাম লিখা । [HSLC ’20] ৯। “যুদ্ধত স্বজন বধে কিটো ফলক নেদেখু, বিজয়কো আকাঙ্খা নকৰ, ৰাজ্যক ইছা নাই, সুখক নবাঞ্ছো।”__ কথাষা কোনে, কাৰ আগৰ, কেতিয়া কৈছে? [HSLC ’20]