Class 10 Social Science MCQs Answer | Chapter 3 ৩ পৃথিৱীৰ ভূগোল

১। পৃথিৱীৰ মুঠ মাটিকালি প্ৰায় কিমান নিযুত বৰ্গ কিলোমিটাৰ?

(ক) ৪৫৮ নিযুত

(খ) ৫১০ নিযুত

(গ) ৪৫৬ নিযুত

Answer: (খ) ৫১০ নিযুত

২। পৃথিৱীৰ মুঠ স্থলভাগ কিমান শতাংশ আগুৰি আছে?

(ক) ২৯ শতাংশ

(খ) ৩৭ শতাংশ

(গ) ৩৯ শতাংশ

Answer: (ক) ২৯ শতাংশ

৩। ২০১৫ বৰ্ষৰ আনুমানিক তথ্য অনুসৰি পৃথিৱীৰ মুঠ জনসংখ্যা কিমান কোটি?

(ক) ২৮৯ কোটি

(খ) ২৩০ কোটি

(গ) ৭৩০ কোটি

Answer: (গ) ৭৩০ কোটি

৪। ভূ-পৃষ্ঠৰ সাগৰ-মহাসাগৰকে ধৰি নদ-নদী, হ্ৰদ আদিৰে আগুৰি থকা বৃহৎ অংশটোক কি বোলা হয়?

(ক) জলমণ্ডল

(খ) স্থলমণ্ডল

(গ) ইয়াৰ ভিতৰত এটাও নহয়

Answer: (ক) জলমণ্ডল

৫। পৃথিৱীৰ মুঠ জনসংখ্যাৰ প্ৰায় কিমান শতাংশ উত্তৰ গোলাৰ্ধত বাস কৰে?

(ক) ৭৮ শতাংশ

(খ) ৯০ শতাংশ

(গ) ১০০ শতাংশ

Answer: (খ) ৯০ শতাংশ

৬। মহাসাগৰসমূহৰ ভিতৰত কোনখন মহাসাগৰ সৰ্ববৃহৎ?

(ক) প্ৰশান্ত মহাসাগৰ

(খ) আৰৱ মহাসাগৰ

(গ) উত্তৰ মহাসাগৰ

Answer: (ক) প্ৰশান্ত মহাসাগৰ

৭। মহাসাগৰসমূহৰ ভিতৰত কোনখন মহাসাগৰ ক্ষুদ্ৰতম?

(ক) প্ৰশান্ত মহাসাগৰ

(খ) ভাৰত মহাসাগৰ

(গ) উত্তৰ মহাসাগৰ

Answer: (গ) উত্তৰ মহাসাগৰ

৮। গড় হিচাপত মহাসাগৰৰ গভীৰতা প্ৰায় কিমান মিটাৰ?

(ক) ৫০০০ মিটাৰ

(খ) ৪০০০ মিটাৰ

(গ) ৩০০০ মিটাৰ

Answer: (খ) ৪০০০ মিটাৰ

৯। প্ৰশান্ত মহাসাগৰৰ প্ৰায় কিমান নিযুত বৰ্গ কিলোমিটাৰ মাটিকালিৰে আগুৰি আছে?

(ক) ১৮৯ নিযুত

(খ) ১৭৯ নিযুত

(গ) ১৬৫ নিযুত

Answer: (গ) ১৬৫ নিযুত

১০। প্ৰশান্ত মহাসাগৰৰ গড় গভীৰতা প্ৰায় কিমান মিটাৰ?

(ক) ৬০০ মিটাৰ

(খ) ৫০০ মিটাৰ

(গ) ৪০০ মিটাৰ

Answer: (খ) ৫০০ মিটাৰ

১১। প্ৰশান্ত মহাসাগৰৰ সৰু-ডাঙৰ কমেও কিমানটা সামুদ্ৰিক দ্বীপ আছে?

(ক) ২০,০০০ টা

(খ) ১৫,০০০ টা

(গ) ১০,০০০ টা

Answer: (ক) ২০,০০০ টা

১২। আটলান্টিক মহাসাগৰৰ প্ৰায় কিমান নিযুত বৰ্গ কিলোমিটাৰ মাটিকালিৰে আগুৰি আছে?

(ক) ১৩৪ নিযুত

(খ) ৮২ মিযুত

(গ) ৭৮ নিযুত

Answer: (খ) ৮২ মিযুত

১৩। আটলান্টিক মহাসাগৰৰ আকৃতি ইংৰাজী কোনটো আখৰৰ দৰে?

(ক) J আখৰৰ দৰে

(খ) V আখৰৰ দৰে

(গ) S আখৰৰ দৰে

Answer: (গ) S আখৰৰ দৰে

১৪। আটলান্টিক মহাসাগৰৰ গড় গভীৰতা প্ৰায় কিমান মিটাৰ?

(ক) ৩০০০ মিটাৰ

(খ) ৫০০০ মিটাৰ

(গ) ৭০০০ মিটাৰ

Answer: (ক) ৩০০০ মিটাৰ

১৫। ভাৰত মহাসাগৰৰ প্ৰায় কিমান নিযুত বৰ্গ কিলোমিটাৰ মাটিকালিৰে আগুৰি আছে?

(ক) ৭৮ নিযুত

(খ) ৭৩ নিযুত

(গ) ৮৪ নিযুত

Answer: (খ) ৭৩ নিযুত

১৬। ভাৰত মহাসাগৰৰ গড় গভীৰতা প্ৰায় কিমান মিটাৰ?

(ক) ৪০০০ মিটাৰ

(খ) ৫০০০ মিটাৰ

(গ) ৬০০০ মিটাৰ

Answer: (ক) ৪০০০ মিটাৰ

১৭। এছিয়া মহাদেশৰ মাটিকালি কিমান?

(ক) ৪৪.৭

(খ) ৪৪.৬

(গ) ৪৪.৫

Answer: (খ) ৪৪.৬

১৮। ওছেনিয়া মহাদেশৰ মাটিকালি কিমান?

(ক) ৮.১

(খ) ৭.৩

(গ) ৭.৩৩

Answer: (ক) ৮.১

১৯। আফ্ৰিকা মহাদেশৰ মুঠ কিমান খন দেশ আছে?

(ক) ৫৪ খন

(খ) ৫৩ খন

(গ) ৪০ খন

Answer: (খ) ৫৩ খন

২০। ২০১৪ চনৰ মতে আমেৰিকা জনসংখ্যা কিমান ?

(ক) ৮০৫ নিয়ুত

(খ) ৪০৭ নিয়ুত

(গ) ৬০৭ নিয়ুত

Answer: (খ) ৪০৭ নিয়ুত