Class 5 Environment Book Chapter 10 MCQs Answer | আমাৰ উদ্য়োগসমূহ |

আমাৰ উদ্য়োগসমূহ

Chapter 10

1. চূণশিলৰ পৰা কি তৈয়াৰ কৰা হয় ?

(ক) কাৰ্পেট

(খ) কাপোৰ

(গ) বিলাতী মাটি

উত্তৰঃ (গ) বিলাতী মাটি

2. মৰাপাটৰ পৰা কি তৈয়াৰ কৰা হয় ?

(ক) বেগ

(খ) থৈলা

(গ) ওপৰৰ দুয়োটা

উত্তৰঃ (গ) ওপৰৰ দুয়োটা

3. প্ৰকৃতিৰ পৰা পোৱা সামগ্ৰীবোৰ ব্য়ৱহাৰ কৰি আমাৰ প্ৰয়োজনীয় বস্তুবোৰ উৎপাদন কৰা হয় সেইবোৰক কি বোলে?

(ক) কেঁচা সামগ্ৰী

(খ) কেঁচামাল

(গ) ওপৰৰ দুয়োটা

উত্তৰঃ ওপৰৰ দুয়োটা

4. অসমৰ মাটি কিহৰ বাবে উপযোগী ?

(ক) খেতিৰ বাবে

(খ) চাহ খেতিৰ বাবে

(গ) জুম খেতিৰ বাবে

উত্তৰঃ (খ) চাহ খেতিৰ বাবে

5. কোন জিলাৰ টোকলাই নামৰ ঠাইত চাহৰ গৱেষণা কেন্দ্ৰ আছে ? 

(ক) শিৱসাগৰ

(খ) তেজপুৰ

(গ) যোৰহাট

উত্তৰঃ যোৰহাট

6. ভাৰতৰ কিমান শতাংশ চাহ অসমৰ পৰা উৎপাদন কৰা হয় ?

(ক) ৫০ শতাংশ

(খ) ২০ শতাংশ

(গ) ৭০ শতাংশ

উত্তৰঃ (ক) ৫০ শতাংশ

7. অসমত কিমান খন ডাঙৰ চাহ বাগান আছে ?

(ক) ২০০ খন

(খ) ৮০০ খন

(গ) ১০০০ খন

উত্তৰঃ (খ) ৮০০ খন

8. অসমৰ চাহপাতে কি বজাৰত স্থান পাবলৈ সক্ষম হৈছে ?

(ক) আন্তৰাষ্ট্ৰীয়

(খ) আন্তৰ্জাতিক

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) আন্তৰ্জাতিক

9. গেছ প্লাণ্ট উদ্য়োগ ক’ত আছে ?

(ক) কঁঠালগুৰিত

(খ) বোকাজানত

(গ) বঙাইগাঁওত

উত্তৰঃ (ক) কঁঠালগুৰিত

10. সাৰ উদ্য়োগ ক’ত আছে ?

(ক) ডিগবৈত

(খ) শিলঘাটত

(গ) নামৰূপত

উত্তৰঃ (গ) নামৰূপত

11. শক্তি উদ্য়োগ ক’ত আছে ?

(ক) নামৰূপত

(খ) চন্দ্ৰপুৰত

(গ) ওপৰৰ দুয়োটা

উত্তৰঃ (গ) ওপৰৰ দুয়োটা

12. কিমান চনত বৃটিছে প্ৰথম অসমত খাৰুৱা তেল আৱিষ্কাৰ কৰিছিল ?

(ক) ১৮৬৬ চনত

(খ) ১৮২৫ চনত

(গ) ১৮৩৭ চনত

উত্তৰঃ (ক) ১৮৬৬ চনত

13. ভাৰতত কিমানটা চেনি উদ্য়োগ আছে ?

(ক) ৩০০ টা

(খ) ২০০ টা

(গ) ৬০০ টা

উত্তৰঃ (খ) ২০০ টা

14. কাগজ উদ্য়োগৰ প্ৰধান কেঁচামাল কি ?

(ক) শিলিশা গছ

(খ) বাঁহ গছ

(গ) তামোল গছ

উত্তৰঃ (খ) বাঁহ গছ

15. কি গছৰ পাত পাটপলুৰ খাদ্য় ?

(ক) চোম গছৰ পাত

(খ) নুনি গছৰ পাত

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) নুনি গছৰ পাত

16. ৰেচম কাপোৰ উৎপাদনত ভাৰত কেই নম্বৰৰ দেশত পৰিগণিত হৈছে ?

(ক) প্ৰথম

(খ) দ্বিতীয়

(গ) তৃতীয়

উত্তৰঃ (খ) দ্বিতীয়

17. কি গছৰ পাত মুগা পলুৰ খাদ্য় ?

(ক) নুনি গছৰ পাত

(খ) চোম গছৰ পাত

(গ) ওপৰৰ দুয়োটা

উত্তৰঃ (খ) চোম গছৰ পাত

18. মুম্বাই ভাৰতৰ আধুনিক __________ উদ্য়োগৰ প্ৰথম কেন্দ্ৰ ।

(ক) বস্ত্ৰ

(খ) ৰেচম

(গ) শিল্প

উত্তৰঃ (ক) বস্ত্ৰ

19. কপাহী বস্ত্ৰ উৎপাদনত ভাৰতে পৃথিৱীৰ ভিতৰত কিমান নম্বৰ স্থান অধিকাৰ কৰিছে ?

(ক) দ্বিতীয় স্থান

(খ) সপ্তম স্থান

(গ) পঞ্চম স্থান

উত্তৰঃ (ক) দ্বিতীয় স্থান

20. লো-তীখা উদ্য়োগ ভাৰতৰ অন্য়তম __________ উদ্য়োগ ।

(ক) ক্ষুদ্ৰতম

(খ) বৃহৎ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) বৃহৎ

Type By- Janmoni Bora