Class 8 Assamese Chapter 2 MCQs । যুগমীয়া শৰাইঘাট |

যুগমীয়া শৰাইঘাট

Chapter 2

১। অতীতৰ শৰাইঘাটৰ সমস্যাবোৰ কি আছিল ?

(ক) সামৰিক

(খ) সামাজিক

(গ) অৰ্থনৈতিক

উত্তৰঃ- (ক) সামৰিক।

২। বৰ্তমান শৰাইঘাটৰ সমস্যাবোৰ কি?

(ক) ৰাজনৈতিক

(খ) সামৰিক

(গ) গণতান্ত্ৰিক

উত্তৰঃ- (গ) গণতান্ত্ৰিক।

৩। ৰামসিংহ কোন আছিল?

(ক) মোগলৰ ৰজা

(খ) মোগলৰ সন্য

(গ) মোগলৰ সেনাপতি

উত্তৰঃ- (গ) মোগলৰ সেনাপতি।

৪। তেওঁ কিয় অসমলৈ আহিছিল ?

(ক) অসমৰ প্ৰতি থকা হিংসাৰ ভাৱ নাইকিয়া কৰিবলৈ

(খ) অসম আক্ৰমণ কৰিবলৈ

(গ) অসম উপকাৰ কৰিবলৈ

উত্তৰঃ- (খ) অসম আক্ৰমণ কৰিবলৈ।

৫। শৰাইঘাটৰ ৰণ কাৰ কাৰ মাজত হৈছিল?

(ক) লাচিতৰ সন্য আৰু মোগলৰ মাজত

(খ) আহোম আৰু মোগলৰ মাজত

(গ) লগাই নাছিল

উত্তৰঃ- (খ) আহোম আৰু মোগলৰ মাজত।

৬। লাচিতৰ অধিনত কিমান সন্য আছিল?

(ক) তিনি লখ্য

(খ) দুই লখ্য

(গ) এক লখ্য

উত্তৰঃ- (গ) এক লখ্য।

৭। মোগলে নাঁওৰে সৈতি ধৰি ৰখা শৰাইঘাটৰ সেনাপতিজনৰ নাম কি?

(ক) লাচিত

(খ) কোৱামৃদ্ধ হাজৰিকা

(গ) ৰামসিংহ

উত্তৰঃ- (খ) কোৱামৃদ্ধ হাজৰিকা।

৮। মোগলৰ সেনাপতিক চৰাই খোজাৰ দায়ত লাচিতবৰফুকনে কাক লোৱা লাগাই থৈছিল ?

(ক) কটকী ৰামচৰণক

(খ) ৰামসিংহক

(গ) কোৱামৃদ্ধ

উত্তৰঃ- (ক) কটকী ৰামচৰণক।

৯। লাচিতে অসমীয়া সৈন্যবল বুজোৱাৰ উদ্দেশ্যে ৰাম সিংহলৈ কি পঠিয়াইছিল?

(ক) অফুগুতি পঠিআইছিল

(খ) দুচুঙা বালি পঠিআইছিল

(গ) এচুঙা বালি পঠিআইছিল

উত্তৰঃ- (গ) এচুঙা বালি পঠিআইছিল।

১০। অসম এৰি যোৱা সময়ত ৰামসিংহই অসমক প্ৰসংশা কৰিছিল নে নাই?

(ক) কৰিছিল

(খ) নাই

(গ) নে যুদ্ধ হোৱাই নাছিল

উত্তৰঃ- (ক) কৰিছিল।

১১। যুগ শব্দৰ বিশেষণ শব্দ কি হ’ব?

(ক) ঐতিহাসিক

(খ) যুগমীয়া

(গ) সামাজিক

উত্তৰঃ- (খ) যুগমীয়া।

১২। শৰাইঘাট শব্দৰ বিশেষণ শব্দ কি হ’ব?

(ক) মতলীৱা

(খ) অৰ্থনৈতিক

(গ) শৰাইঘটীয়া

উত্তৰঃ- (গ) শৰাইঘটীয়া।

১৩। মাতাল শব্দৰ বিশেষণ শব্দ কি হ’ব?

(ক) যুগ

(খ) সামৰিক

(গ) মতলীৱ

উত্তৰঃ- (গ) মতলীৱান।

১৪। গাওঁ শব্দৰ বিশেষ্যৰ পৰা বিশেষণলৈ নিয়া

(ক) গাঁৱলীয়া

(খ) নগৰীয়া

(গ) চহৰীয়া

উত্তৰঃ- (ক) গাঁৱলীয়া।

১৫। পাহাৰ শব্দৰ বিশেষ্যৰ পৰা বিশেষণলৈ নিয়া

(ক) পমুৱা

(খ) ৰণোৱা

(গ) পাহাৰীয়া

উত্তৰঃ- (গ) পাহাৰীয়া।

১৬। পাম শব্দৰ বিশেষ্যৰ পৰা বিশেষণলৈ নিয়া

(ক) খকুৱা

(খ) বনুৱা

(গ) পামুৱা

উত্তৰঃ- (গ) পামুৱা।

১৭। নম্ৰ শব্দৰ বিশেষণৰ পৰা বিশেষ্যলৈ নিয়া

(ক) নম্ৰতা

(খ) মিত্ৰতা

(গ) দুষ্টালি

উত্তৰঃ- (ক) নম্ৰতা।

১৮। মিত্ৰ শব্দৰ বিশেষণৰ পৰা বিশেষ্যলৈ নিয়া

(ক) ধিতিঙালি

(খ) ভদ্ৰতা

(গ) মিত্ৰতা

উত্তৰঃ- (গ) মিত্ৰতা।

১৯। ভদ্ৰ শব্দৰ বিশেষণৰ পৰা বিশেষ্যলৈ নিয়া

(ক) সত্যতা

(খ) ভদ্ৰতা

(গ) ভালৰি

উত্তৰঃ- (খ) ভদ্ৰতা।

২০। দুষ্ট শব্দৰ বিশেষণৰ পৰা বিশেষ্যলৈ নিয়া

(ক) ধিতিঙালী

(খ) মিত্ৰতা

(গ) দুষ্টালী

উত্তৰঃ- (গ) দুষ্টালী।