Class 8 Assamese Chapter 3 MCQs । এন্ ফ্ৰাঙ্কৰ ডায়েৰি ।

এন্ ফ্ৰাঙ্কৰ ডায়েৰি

Chapter 3

১। এন্ ফ্ৰাঙ্ক কিমান চনত জন্ম হৈছিল?

(ক) ১৯২৯ চনৰ জুন মাহত

(খ) ১৯১৯ চনৰ জুন মাহত

(গ) ২০০০ চনৰ জুন মাহত

উত্তৰঃ- (ক) ১৯২৯ চনৰ জুন মাহত।

২। এন্ ফ্ৰাঙ্ক জন্মে সূত্ৰে কৰ আছিল?

(ক) ফ্ৰান্স

(খ) জাপান

(গ) ইহুদী

উত্তৰঃ- (গ) ইহুদী।

৩। জাৰ্মান সেনাধক্ষ কোন আছিল?

(ক) এড্লফ হিট্লাৰ

(খ) অট’ফ্ৰাঙ্ক

(গ) লক্ষ্মীনাথ বেজবৰুৱা

উত্তৰঃ- (ক) এড্লফ হিট্লাৰ।

৪। এন্ ফ্ৰাঙ্কে পৰিয়ালসহ ক’ত বাস কৰিছিল?

(ক) ইংলেণ্ডত

(খ) হলেণ্ডত

(গ) নেদাৰলেণ্ডত

উত্তৰঃ- (খ) হলেণ্ডত।

৫। এন্ ফ্ৰাঙ্কৰ দেউতাকে নিজৰ পৰিয়ালটোক ৰক্ষা কৰিবলৈ ২ বছৰকাল ক’ত আত্মগোপন কৰিছিল?

(ক) এটা পণ্য়াগাৰত

(খ) এটা অট্টালিকাত

(গ) এটাও নহয়

উত্তৰঃ- (ক) এটা পণ্য়াগাৰত।

৬। নাজীবাহিনীৰ কৱলৰ পৰা জীৱিত ৰূপত কোন বাচি আহিছিল?

(ক) মাক

(খ) দেউতাক

(গ) এন্ ফ্ৰাঙ্ক

উত্তৰঃ- (খ) দেউতাক।

৭। এন্ ফ্ৰাঙ্কে কিমান চনৰ পৰা দিনলেখা কামটো আৰম্ভ কৰিছিল?

(ক) ১৯৪২ চনৰ ১২ জুনৰ পৰা

(খ) ১৮১৯ চনৰ ১৫ আগষ্ট পৰা

(গ) ১৯৪২ চনৰ ১৪ জুলাই পৰা

উত্তৰঃ- (ক) ১৯৪২ চনৰ ১২ জুনৰ পৰা।

৮। এন্ ফ্ৰাঙ্কে কিমান চনলৈ ডায়েৰি লিখে?

(ক) ১৯৪৪ চনৰ ১ আগষ্টলৈকে

(খ) ২০০০ চনলৈ

(গ) ১৯৯৯ চনৰ নবেম্বৰ মাহলৈ

উত্তৰঃ- (ক) ১৯৪৪ চনৰ ১ আগষ্টলৈকে।

৯। এন্ আৰু তেওঁৰ  পৰিয়ালক কিমান তাৰিখে লুকাই থকা স্থানৰ পৰা নাজীবাহিনীৰ লোকে আটক কৰি নিয়ে।

(ক) ১ আগষ্টত

(খ) ৪ আগষ্টত

(গ) ৫ ছেপ্তেম্বৰত

উত্তৰঃ- (খ) ৪ আগষ্টত।

১০। এন্ ফ্ৰাঙ্কে ডায়েৰি লিখা কাৰণ কি?

(ক) বন্ধু নথকাৰ বাবে

(খ) মাক-বাপেকৰ বাবে

(গ) ১৬ বছৰীয়া বাইদেউৰ বাবে

উত্তৰঃ- (ক) বন্ধু নথকাৰ বাবে।

১১। এন্ ফ্ৰাঙ্কে কাক প্ৰকৃত বন্ধু হিচাপে গণ্য় কৰিছিল?

(ক) মাকক

(খ) দেউতাকক

(গ) ডায়েৰিখনত

উত্তৰঃ- (গ) ডায়েৰিখনত।

১২। এন্ ফ্ৰাঙ্কে ডায়েৰিখনৰ নাম কি ৰাখিছিল ?

(ক) ‘কিটি’

(খ) প্ৰকৃত বন্ধু

(গ) বিশ্বাসী বন্ধু

উত্তৰঃ- (ক) ‘কিটি’।

১৩। এন্ ৰ আইতাক কেতিয়া অসুখত পৰিল?

(ক) ১৯৪১

(খ) ১৯৪২

(গ) ১৯৪৩

উত্তৰঃ- (ক) ১৯৪১।

১৪। এন্ ৰ আইতাক কেতিয়া মৃত্য়ু হয়?

(ক) ১৯৪২ চনৰ জুন মাহত

(খ) ১৯৪২ চনৰ জানুৱাৰী মাহত

(গ) মৃত্য়ু হোৱা নাছিল

উত্তৰঃ- (খ) ১৯৪২ চনৰ জানুৱাৰী মাহত।

১৫। থিৰাং শব্দৰ অৰ্থ লিখা?

(ক) নিশ্চিত

(খ) লুকোৱা

(গ) চোৱা

উত্তৰঃ- (ক) নিশ্চিত।

১৬. ১৯৪১ চনত কি সময়ত এন ফ্ৰাঙ্কৰ আইতাক অসুখত পৰিছিল?

(ক) বসন্ত সময়ত

(খ) গ্ৰীষ্ম সময়ত

(গ) হেমন্ত সময়ত

উত্তৰঃ- (গ) হেমন্ত সময়ত।

১৭. গণ্য় অৰ্থ কি?

(ক) লেখত ল’বলগীয়া

(খ) গধুৰ গুণ

(গ) অমনোযোগী

উত্তৰঃ- (ক) লেখত ল’বলগীয়া।

১৮. এন ফ্ৰাঙ্কৰ ডায়েৰি এখন বিশ্ৱবিখ্য়াত কি?

(ক) আলোচনি

(খ) গ্ৰন্থ

(গ) প্ৰবন্ধ

উত্তৰঃ- (খ) গ্ৰন্থ।

১৯. এন ফ্ৰাঙ্কৰ চিন্তাৰ পৰিধি কেনেকুৱা আছিল?

(ক) বিশাল আছিল

(খ) সৰু আছিল

(গ) ওপৰৰ দুয়োটাই শুদ্ধ

উত্তৰঃ- (ক) বিশাল আছিল।

২০. এন ফ্ৰাঙ্কৰ বাইদেউকৰ কিমান বয়স আছিল?

(ক) তেৰ বছৰ

(খ) পোন্ধৰ বছৰ

(গ) ষোল্ল বছৰ

উত্তৰঃ- (গ) ষোল্ল বছৰ।