Lesson 12 | Class 6 Mahapurush Shankerdev Answer Assam Jatiya Bidyalay | Class VI Mahapurush Shankerdev Notes And Solution | Class 6 Mahapurush Sankerdev Question And Answer Assam Jatiya Bidyalay | প্ৰথম অধ্যায় | ষষ্ঠ শ্ৰেণীৰ মহাপুৰুষ শংকৰদেৱ উত্তৰ জাতিয় বিদ্যালয় | ষষ্ঠ শ্ৰেণীৰ মহাপুৰুষ শংকৰদেৱৰ দ্বাদশ অধ্যায় প্ৰশ্ন উত্তৰ অসম জাতিয় বিদ্যালয় কোন কোন ওলাইছিল ? তেওঁলোকে কি কি ঠাই চাইছিল ?

অনুশীলনীঃ-

১। হালোৱা – হজুৱা, অনাখৰী মানুহবোৰ শংকৰদেৱৰ ওচৰলৈ কিয় আহিছিল ?

উত্তৰঃ- শংকৰদেৱৰ কণ্ঠত গীত (বৰগীত), ঘোষা-পদ শুনিবলৈ তেওঁৰ ওচৰলৈ হালোৱা-হজুৱা, অনাখৰী মানুহবোৰ আহিছিল।

২। সৰ্বজয় কোন আছিল ? তেওঁ কৰা কি কাৰ্য চাই লগৰীয়া ভকতকেইজনে মুখ টিপি হাঁহিছিল ?

উত্তৰঃ- সৰ্বজয় আছিল শংকৰদেৱৰ অতি মৰমৰ এজন সৰুকালৰ লগৰীয়া ভকত। এদিনাখন সৰ্বজয়ে একান্তমনে নাম গাই থাকোঁতে কেতিয়ানো তেওঁৰ প্ৰস্ৰাৱ ওলাল ততকে ধৰিব নোৱাৰিলে। প্ৰস্ৰাৱ বৈ গৈ কঠৰ তলত ডোঙা বান্ধিলে। তাকে দেখি লগৰীয়া ভকতকেইজনে মুখ টিপি হাঁহিছিল। 

৩। শংকৰদেৱে সৰ্বজয়ৰ অসহায় অৱস্থা দেখি কি কৰিলে ?

উত্তৰঃ- শংকৰদেৱে সৰ্বজয়ৰ অসহায় অৱস্থা দেখি তেওঁ লাহেকৈ সৰ্বজয়ৰ হাতত ধৰি নামঘৰৰ বাহিৰলৈ লৈ গ’ল আৰু তেওঁৰ কাপোৰ-কানি সলাই ধুৱাই-পখলাই দিলে। এই কাম কৰি উঠি শংকৰদেৱে চৰিয়া এটা লৈ মজিয়াত ডোঙা বান্ধি থকা প্ৰস্ৰাৱ হাতেৰে আজলি ভৰাই চৰিয়ালৈ তুলিলে। বহা কঠখনো তিয়াই-বুৰাই দিলে আৰু মজিয়াখন মচি-কাচি পৰিষ্কাৰ কৰিলে।

Type Sumit Patar

Author By- Himadree Bora

Post ID : DABP006638