Lesson 16 | Class 6 Mahapurush Shankerdev Answer Assam Jatiya Bidyalay | Class VI Mahapurush Shankerdev Notes And Solution | Class 6 Mahapurush Sankerdev Question And Answer Assam Jatiya Bidyalay | প্ৰথম অধ্যায় | ষষ্ঠ শ্ৰেণীৰ মহাপুৰুষ শংকৰদেৱ উত্তৰ জাতিয় বিদ্যালয় | ষষ্ঠ শ্ৰেণীৰ মহাপুৰুষ শংকৰদেৱৰ ষষ্ঠদশ অধ্যায় প্ৰশ্ন উত্তৰ অসম জাতিয় বিদ্যালয় কোন কোন ওলাইছিল ? তেওঁলোকে কি কি ঠাই চাইছিল ?

অনুশীলনীঃ-

১। পাঠটিত উল্লেখ থকা মজাৰ ঘটনাটো তোমাৰ কথাৰে বৰ্ণনা কৰাঁ । 

উত্তৰঃ- এদিন শংকৰদেৱ ৰাজসভাৰপৰা সোনকালে আহিছিল কিন্তু ঘৰত সোমোৱাৰ আগতে তেওঁ চিলাৰায়ৰ ওচৰলৈ গৈছিল। তেওঁ জানিব বিচাৰিছিল যে নৰনাৰায়ণ কিয় চিন্তিত হৈছে। তেতিয়া চিলাৰায়ে শংকৰদেৱক কৈছিল যে দেশলৈ দুটা মাল যুঁজাৰু আহিছে আৰু সেই মালকেইটাই নৰনাৰায়ণৰ লগত যুদ্ধ কৰিব বিচাৰিছে। ৰজাই তেওঁলোকক কৈছে যে “আজি থাক্, কাইলৈ যুঁজাৰু দিম”। কিন্তু তাতকৈ ডাঙৰ কথা ৰজাৰ মালকেইটাই বিদেশী মালকেইটাক দেখিয়ে ভয় খাইছে আৰু সিফালে যুদ্ধ বিচৰা মালকেইটাকো ৰজাৰঘৰৰপৰা ভৰণ-পোষণ দিবলগীয়া হৈছে।  

Type Sumit Patar.

Author By- Himadree Bora

Post ID : DABP006670