Lesson 2 | Class 6 Mahapurush Shankerdev Answer Assam Jatiya Bidyalay | Class VI Mahapurush Shankerdev Notes And Solution | Class 6 Mahapurush Sankerdev Question And Answer Assam Jatiya Bidyalay | প্ৰথম অধ্যায় | ষষ্ঠ শ্ৰেণীৰ মহাপুৰুষ শংকৰদেৱ উত্তৰ জাতিয় বিদ্যালয় | ষষ্ঠ শ্ৰেণীৰ মহাপুৰুষ শংকৰদেৱৰ দ্বিতীয় অধ্যায়ৰ প্ৰশ্ন উত্তৰ অসম জাতিয় বিদ্যালয় |

অনুশীলনী

১। শংকৰে শিহু পোৱালিটোৰ লগত খেলি থকা দেখি সতানন্দৰ কি কথা মনলৈ আহিছিল ?

উত্তৰঃ- শংকৰে শিহু পোৱালিটোৰ লগত খেলি থকাৰ দেখি সতানন্দৰো খেলিবৰ মন গৈছিল।

২। শংকৰে লগৰীয়াৰ লগত জেদ ধৰি কি চৰাই ধৰিছিল ? সেই চৰাইবোৰ ধৰি শেষত তেওঁ কি কৰিছিল ?

উত্তৰঃ- শংকৰে লগৰীয়াৰ লগত জেদ ধৰি বতা চৰাই ধৰিছিল। সেই চৰাইবোৰৰ লগত খেলি শেষত তেওঁ বনত এৰিদিছিল।

৩। শংকৰৰ সমানে সমানে লুইতত সাঁতুৰিবলৈ  গৈ সতানন্দহঁতৰ কি অৱস্থা হয় লিখাঁ ।  লগৰীয়াবোৰ সিপাৰৰপৰা কি উপায়েৰে ইপাৰ পায়হি ?

উত্তৰঃ- সতানন্দহঁতে শংকৰৰ সমানে সমানে সাঁতুৰিবলৈ যায় যদিও সিপাৰলৈ যাবলৈ সাহে নুকুলায়। কেতিয়াবা সিহঁত সিপাৰ হয় যদিও সিপাৰৰপৰা নাৱত উঠিহে ইপাৰ পায়হি।

৪। শংকৰহঁতে সৰুতে খেলা কেইবিধমান খেলৰ নাম লিখা ঁ ।

উত্তৰঃ- ডুগ্ডুগলি, সাঁতুৰি ইপাৰ-সিপাৰ হোৱা, ভটা ইত্যাদি।

৫। খেৰসুতীয়ে ভেকুৰিৰ মাক- দেউতাকৰ কিয় গোচৰ শুনিব লগা হৈছিল ?

উত্তৰঃ- ভেকুৰিৰ হাত ভগাৰ কাৰণে খেৰসুতীয়ে ভেকুৰিৰ মাক-দেউতাকৰ পৰা গোচৰ সুনিব লগা হৈছিল।

Question Type : Sumit Patar

Answer Type : Himanku Bora

Post ID : DABP006617