অখণ্ড সংখ্য়া | Lesson 1 | Exercise 1(B) | Class 7 Maths Solution Sankardev School Assam | Class 7 Mathematics Solution Sankardev School Assamese Medium |

অখণ্ড সংখ্য়া

পাঠ ১

অনুশীলনী 1(B)

1. তলৰ চৰ্ত সিদ্ধ হোৱাকৈ অখণ্ড সংখ্য়া a আৰু b নিৰ্ণয় কৰা যাতে 一

(i) a + b ধনাত্মক

উত্তৰঃ a = 1 আৰু b = 2
(ii) a + b ঋণাত্মক

উত্তৰঃ a = -5 আৰু b = 1

(iii) a + b = 0

উত্তৰঃ a = 1 আৰু b = -1
(iv) a ≠ b আৰু a + b = 0

উত্তৰঃ a = 2 আৰু b = -2(v) (vi) a ধনাত্মক, b ঋণাত্মক a – b ঋণাত্মক

(vii) a ধনাত্মক, b ঋণাত্মক আৰু a + b ঋণাত্মক

উত্তৰঃ a = 2 আৰু b = -3

(viii) a ধনাত্মক, b ঋণাত্মক আৰু a + b = 1

উত্তৰঃ a = 3 আৰু b = -2

(ix) a ঋণাত্মক, b ধনাত্মক আৰু a + b ধনাত্মক

উত্তৰঃ a = -1 আৰু b = 3

(x) a ঋণাত্মক, b ধনাত্মক আৰু a + b ঋণাত্মক

উত্তৰঃ a = – 3 আৰু b = 2
(xi) a ঋণাত্মক, b ধনাত্মক আৰু a – b ঋণাত্মক

উত্তৰঃ a = – 3 আৰু b = 1
2. সত্য় নে অসত্য় লিখা (ইয়াত a, b, c অখণ্ড সংখ্য়া)

(i) যদি a – b ধনাত্মক তেন্তে a > b

উত্তৰঃ সত্য

(ii) যদি a – b ঋণাত্মক তেন্তে a > b

উত্তৰঃ অসত্য

(iii) যদি a > b তেন্তে a + c > b + c

উত্তৰঃ সত্য

(iv) যদি a ধনাত্মক তেন্তে a > 0

উত্তৰঃ সত্য়

(v) যদি a ঋণাত্মক তেন্তে a < 0

উত্তৰঃ সত্য়

(vi) যদি a < b তেন্তে a – c < b – c

উত্তৰঃ সত্য়

3. a, b, c অখণ্ড সংখ্য়া বুলি লৈ তলৰ খালী ঠাইবিলাক পূৰ কৰাঃ

(i) যদি a > b  তেন্তে |a – b| = a – b

(ii) যদি a < b তেন্তে |a – b| = b – a

(iii) যদি a > 2, b > 3, আৰু c > 0 তেন্তে|a – 2| + |b – 3| + |c| = a – 2 + b + 3 + c

(iv) a < 0, b < 0, c < 0 তেন্তে |a| + |b| + |c| = a + b + c

(v) যদি a আৰু b দুয়োটাই ঋণাত্মক তেন্তে সিহঁতৰ যোগফল সদায় ঋণাত্মক।
4. খালী ঠাই পূৰ্ণ কৰা 一

(i) (-18) + (-6) = (-6) + (-18)

(ii) [(5) + (-8)] + 9 = 5 + [(-8) + 9]

(iii) 0 + (-29) = -29 = (-29) + 0

(iv) x + 8 = 0 হ’লে x = -8

(v) -21 + (-4) = -25

5. শুদ্ধনে অশুদ্ধ উল্লেখ কৰা (ইয়াত a, b, c আদি যিকোনো অখণ্ড সংখ্য়া)

(i)  a – b = b – a

উত্তৰঃ শুদ্ধ

(ii) a – b – c = (a – b) -c

উত্তৰঃ শুদ্ধ

(iii) a – b – c = a – (b – c )

উত্তৰঃ শুদ্ধ

(iv) a < b তেন্তে a – b ঋণাত্মক

উত্তৰঃ শুদ্ধ

(v) |a + b| ≥ |a| + |b|

উত্তৰঃ অশুদ্ধ

6. সত্য়তা নিৰূপণ কৰা (a, b, c আদি অখণ্ড সংখ্যা)

(i) |a| = |-a| 

উত্তৰঃ সত্য়

(ii) |a| < a

উত্তৰঃ অশুদ্ধ

(iii) |a| ≥ a

 উত্তৰঃ শুদ্ধ

(iv) |a – b| ≤ |a| – |b

|উত্তৰঃ অশুদ্ধ
– Hiru Moni Bora

Post ID : DABP004138