অৰণ্য আমাৰ জীৱন ৰেখা | ষষ্ঠদশ অধ্যায় | Chapter 16 | Class 7 Science Sankardev Question Answer | সপ্তম শ্ৰেণীৰ প্ৰশ্ন উত্তৰ | Class 7 Question Answer | Sankardev School Free Question Answer

অৰণ্য আমাৰ জীৱন ৰেখা

ষষ্ঠদশ অধ্য়ায় 

অনুশীলনী

১। খালী ঠাই পূৰণ কৰাঃ

(ক) পতংগ, পখিলা, মৌমাখি আৰু চৰায়ে সপুষ্পক উদ্ভিদৰ______সহায় কৰে।

উত্তৰঃ

(খ) অৰণ্য হ’ল______আৰু______ৰ বিশুদ্ধীকাৰক।

উত্তৰঃ

(গ) অৰণ্যৰ______স্তৰটো সৰু গুল্ম আৰু ঘাঁহ-বনেৰে গঠিত।

উত্তৰঃ

(ঙ) পচা পাত আৰু প্ৰাণীৰ বৃষ্ঠাবোৰে অৰণ্যত______ৰ বৃদ্ধি কৰে।

উত্তৰঃ

২। চমু উত্তৰ দিয়াঃ   

(ক) বিয়োজক কি?

উত্তৰঃ

(খ) অৰণ্যৰ সামগ্ৰীৰ পৰা উৎপাদিত পাঁচবিধ বস্তুৰ নাম লিখা।

উত্তৰঃ

(গ) চন্দ্ৰতাপসদৃশ গছ (Canopy) ক’ত পোৱা যায়।

উত্তৰঃ

(ঘ) উৎপাদক কাক বোলে?

উত্তৰঃ

৩। দীঘলীয়া উত্তৰ প্ৰশ্নঃ

(a) অৰণ্যত বাস কৰা প্ৰাণীয়ে কেনেকৈ অৰণ্যখনৰ বৃদ্ধি আৰু পুনৰুজ্জীৱিত কৰাৰ ক্ষেত্ৰত সহায় কৰে।

উত্তৰঃ

(b) অৰণ্যই কেনেদৰে বানপানী প্ৰতিৰোধ কৰে লিখা।

উত্তৰঃ

(c) বিয়োজক কি? দুবিধ বিয়োজকৰ নাম লিখা। অৰণ্যত সিহঁতে কি কৰে?

উত্তৰঃ

(d) অৰণ্যত কিয় সামগ্ৰীৰ অপচয় নহয় বুজাই লিখা।

উত্তৰঃ

(e) বায়ুমণ্ডলত অক্সিজেন আৰু কাৰ্বন-ডাই-অক্সাইডৰ মাজত সমতা ৰক্ষা কৰাত অৰণ্যৰ ভূমিকা কি ব্যাখ্যা কৰা।

উত্তৰঃ

(f) অৰণ্যৰ সামগ্ৰীৰ পৰা উৎপাদিত পাঁচবিধ বস্তুৰ নাম লিখা।

উত্তৰঃ

(g) অৰণ্যত বিভিন্ন প্ৰকাৰৰ প্ৰাণী আৰু উদ্ভিদ থকাটো কিয় প্ৰয়োজনীয় বুজাই লিখা।

উত্তৰঃ

৪। তলৰ উক্তিবোৰ সত্য নে অসত্য লিখাঃ     

(a) মাটিয়ে অৰণ্য বৃদ্ধি আৰু পুনৰুজ্জীৱিত কৰাত সহায় কৰে।

উত্তৰঃ

(b) অৰণ্যই মাটিৰ খহনীয়া ৰোধ কৰে।

উত্তৰঃ

(c) অৰণ্যৰ উদ্ভিদ আৰু প্ৰাণী এটাৰ ওপৰত আনটো নিৰ্ভৰশীল নহয়।

উত্তৰঃ

(d) অৰণ্যই জলবায়ু আৰু জলচক্ৰত প্ৰভাৱ পেলায়।

উত্তৰঃ

(e) অনুজীৱই মৃত উদ্ভিদ আৰু প্ৰাণীৰ ওপৰত ক্ৰিয়া কৰি হিউমাছ প্ৰস্তুত কৰে।

Type Himanku bora          

Post ID : DABP006292