আগতীয়া বাল্য়কালৰ বিকাশৰ ধাৰা | Chapter 26 | class 12 Psychology All Question Answer | class 12 Psychology Chapter 26 All Solution.

পাঠ্য় নং ১৫২

২৬.১ পাঠ্য় অন্তৰ্গত প্ৰশ্নাৱলীঃ

তলত দিয়াবোৰ মিলাই লিখা।

               ক                                                               খ

 ১.নৱজাতক                                                (ক) উচ্চতাৰ বৃদ্ধি

 ২.কৈশোৰ                                                   (খ) ২-৬ বছৰসমূহ

 ৩.আগতীয়া প্ৰাপ্তবয়স্ক                                (গ) ১৮/১৯ বছৰৰ পৰা ৪০ বছৰসমূহ

 ৪.আগতীয়া বাল্য়কাল                                 (ঘ) বন্ধত্ব স্থাপন

 ৫.সংজ্ঞানাত্মক প্ৰক্ৰিয়া                              (ঙ) জন্মৰ পৰা ১ মাহ

 ৬.সামাজিক প্ৰক্ৰিয়া                                   (চ) মোবাইলত খেল খেলা

 ৭.জৈৱিক প্ৰক্ৰিয়া                                       (ছ) ১১-১২ বছৰৰ পৰা ১৮-১৯ বছৰলৈ।

পাঠ্য় নং ১৫৫

২৬.২ পাঠ্য় অন্তৰ্গত প্ৰশ্নাৱলীঃ

তলত উল্লেখ কৰা বাক্য়সমূহৰ শুদ্ধ/অশুদ্ধ নিৰ্ণয় কৰা-

 ১.বিকাশ সদায় একে হাৰত অগ্ৰসৰ হয়। শুদ্ধ/অশুদ্ধ।

 ২.বিকাশ মাথো পৰিৱেশৰ দ্বাৰাহে প্ৰভাৱিত হয়। শুদ্ধ/অশুদ্ধ।

 ৩.বুদ্ধি আৰু বিকাশৰ অৰ্থ একে। শুদ্ধ/অশুদ্ধ।

 ৪.বিকাশ সাধাৰণতে সংঘটিত হয় একে অনুক্ৰমত। শুদ্ধ/অশুদ্ধ।

 ৫.গৰ্ভৱতী মহিলাৰ স্বাস্থ্য়ই শিশুটোৰ স্বাস্থ্য়ৰ বিকাশত ওপৰত প্ৰভাৱ পেলায়। শুদ্ধ/অশুদ্ধ।

 ৬.পাৰিবাৰিক অশান্তিয়ে শিশুৰ বিকাশৰ ওপৰত প্ৰভাৱ পেলায়। শুদ্ধ/অশুদ্ধ।

 ৭.শিশুক পৰিৱেশৰ লগত যিমানেই সম্পৰ্ক স্থাপন কৰিব দিয়া হয় সিমানেই তাৰ বিকাশ লেহেম হয়। শুদ্ধ/অশুদ্ধ।

 ৮.আমাৰ শিক্ষণ ক্ষমতা আমাৰ বংশগতিৰ দ্বাৰা নিৰূপিত কৰা হয়। শুদ্ধ/অশুদ্ধ।

পাঠ্য় নং ১৫৮

২৬.৩ পাঠ্য় অন্তৰ্গত প্ৰশ্নাৱলীঃ

তলত উল্লেখ কৰা বৈশিষ্ট্য়সমূহ শিশুৰ বিকাশৰ কোন কোন ক্ষেএত দেখা দিয়ে লিখা-

 ১. সহযোগিতামূলক খেলা-ধূলা।

 ২. দোষ।

 ৩. বস্তুৰ স্থায়িত্বশীলতা।

 ৪. লিংগ ভূমিকাৰ বিষয়ে শিকা।

 ৫. এন্ধাৰৰ প্ৰতি ভয়।

 ৬. কাল্পনিক বন্ধো।

 ৭. জপিওৱা লৰা-ঢপৰা কৰা।

 ৮. কটা আৰু আঠা লগোৱা।

পাঠ্য় নং ১৬০

পাঠ্য় শেহান্ত অনুশীলনীঃ

 ১.বুদ্ধি আৰু বিকাশৰ নীতিসমূহ লিখা।

 ২.এটা প্ৰকৃত বয়সতকৈ ডাঙৰ শিশু আৰু এটা প্ৰকৃত বয়সতকৈ সৰু শিশুক বাছি উলিওৱা আৰু সিহঁতৰ বিকাশৰ ওপৰত প্ৰভাৱ পেলোৱা কাৰকসমূহ চিনাক্ত কৰা।

 ৩.এটা তিনি বছৰীয়া শিশুক এসপ্তাহ সময় নিৰীক্ষণ কৰা আৰু তাৰ সামাজিক, আৱেগিক ,দৈহিক আৰু সংজ্ঞানাত্মক বিকাশৰ বিষয়ে লিখা।