আজিৰ দিৱস | বচৰটোত পালন কৰা বিভিন্ন দিৱস সমূহ |

১ জানুৱাৰী ঃ জনতাৰ দিন

বিশ্ব পৰিয়াল দিৱস

কিউবাৰ মুক্তি দিৱস

৪ জানুৱাৰী ঃ বিশ্ব ব্রেইল দিবস

৯ জানুৱাৰী ঃ প্রবাসী ভাৰতীয় দিবস

১০ জানুৱাৰী ঃ বিশ্ব হাস্য দিৱস

১২ জানুৱাৰী ঃ বিবেকানন্দ জয়ন্তী

ৰাষ্ট্ৰীয় যুৱ দিৱস

১৫ জানুৱাৰী ঃ সেনা দিবস

১৭ জানুৱাৰী ঃ শিল্পী দিবস

২১ জানুৱাৰী ঃ মণিপুৰ দিৱস

২৩ জানুৱাৰী ঃ ৰাষ্ট্ৰীয় পর্যটন দিৱস

নেতাজী দিৱস

২৫ জানুৱাৰী ঃ হিমাচল প্রদেশ দিৱস

ৰাষ্ট্ৰীয় ভোটাৰ দিৱস

২৬ জানুৱাৰী ঃ গণৰাজ্য দিৱস

আন্তঃৰাষ্টীয় সীমা শুল্ক দিৱস

৩০ জানুৱাৰী ঃ শহীদ দিবস

কুষ্ঠ নিবাৰণী দিৱস

সৰ্বোদয় দিৱস

৩১ জানুৱাৰী ঃ মে-দাম-মে-ফি

নাওৰু স্বাধীনতা দিবস

২ ফেব্ৰুৱাৰী ঃ বিশ্ব জলাশয় দিৱস

৩ ফেব্ৰুৱাৰী ঃ চিলাৰায় দিৱস

৪ ফেব্ৰুৱাৰী ঃ বিশ্ব কৰ্কট দিৱস

নিউজিলেণ্ড দিৱস

শ্ৰীলংকাৰ স্বাধীনতা দিৱস

৭ ফেব্ৰুৱাৰী ঃ গ্ৰেনেডাৰ স্বাধীনতা দিৱস

৮ ফেব্ৰুৱাৰী ঃ বিদ্যাৰ্থী দিৱস

১১ ফেব্ৰুৱাৰী ঃ মিতভাষ দিৱস

ইৰাণৰ ইছলামিক বিপ্লৱ বিজয় দিৱস

১৪ ফেব্ৰুৱাৰী ঃ ভেলেণ্টাইন দিৱস

১৬ ফেব্ৰুৱাৰী ঃ লিথুৱানিৱাৰ ৰাষ্ট্ৰীয় দিৱস

১৮ ফেব্ৰুৱাৰী ঃ গাম্বিয়াৰ স্বাধীনতা দিৱস

২০ ফেব্ৰুৱাৰী ঃ বিশ্ব সামাজিক ন্যায় দিৱস

অৰুণাচল আৰু মিজোৰাম দিৱস

২১ ফেব্ৰুৱাৰী ঃ আন্তৰ্জাতিক মাতৃভাষা দিৱস

২৪ ফেব্ৰুৱাৰী ঃ কেন্দ্ৰীয় আবকাৰী দিৱস

২৮ ফেব্ৰুৱাৰী ঃ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস

৮ মাৰ্চ ঃ আন্তৰাষ্ট্ৰীয় নাৰী দিৱস

২১ মাৰ্চ ঃ বিশ্ব কাব্য দিৱস

২২ মাৰ্চ ঃ বিশ্ব জল দিৱস

২৪ মাৰ্চ ঃ বিশ্ব যক্ষ্মা দিৱস

৫ এপ্ৰিল ঃ ৰাষ্ট্ৰীয় সামুদ্ৰিক দিৱস

৭ এপ্ৰিল ঃ বিশ্ব স্বাস্থ্য দিৱস

১৪ এপ্ৰিল ঃআম্বেদকাৰ জয়ন্তী

২৯ এপ্ৰিল ঃ বিশ্ব নৃত্য দিৱস

১ মে’ ঃ মে’ দিৱস

৩ মে’ঃ সংবাদ মাধ্য়মৰ স্বাধীণতা দিৱস

৮ মে’ঃ বিশ্ব ৰেডক্ৰছ দিৱস

১১ মে’ঃ ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস

১২ মে ঃ বিশ্ব ধাত্ৰী দিৱস

১৭ মে’ ঃ বিশ্ব দূৰসংযোগ দিৱস

১৮ মে’ঃ আন্তঃৰাষ্ট্ৰীয় সংগ্ৰহালয় দিৱস

৩১ মে’ঃ বিশ্ব ধঁপাত বিৰোধী দিৱস

৫ জুন ঃ বিশ্ব পৰিৱেশ দিৱস

১২ জুন ঃ বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস

১৪ জুন ঃ বিশ্ব ৰক্তদাতা দিৱস

২০ জুন ঃ ৰাভা দিৱস

২১ জুন ঃ বিশ্ব সংগীত দিৱস

১ জুলাই ঃ চিকিৎসক দিৱস

১১ জুলাই ঃ বিশ্ব জনসংখ্যা দিৱস

১৮ জুলাই ঃ মেণ্ডেলা দিৱস

২৬ জুলাই ঃ কাৰ্গিল বিজয় দিৱস

৯ আগষ্ট ঃ ভাৰত ত্যাগ আন্দোলন দিৱস

১৩ আগষ্ট ঃ আন্তঃৰাষ্ট্ৰীয় বাওঁহতীয়া দিৱস

১৫ আগষ্ট ঃ স্বাধীনতা দিৱস

২৯ আগষ্ট ঃ ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস

৩ ছেপ্টেম্বৰ ঃ অভিৰুচি ক্ৰীড়া দিৱস

৫ ছেপ্টেম্বৰ ঃ শিক্ষক দিৱস

৮ ছেপ্টেম্বৰ ঃআন্তঃৰাষ্ট্ৰীয় স্বাক্ষৰতা দিৱস

১০ ছেপ্টেম্বৰ ঃ বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱস

১৪ ছেপ্টেম্বৰ ঃ হিন্দী দিৱস

১৫ ছেপ্টেম্বৰ ঃ অভিযন্তা দিৱস

২৭ ছেপ্টেম্বৰ ঃ বিশ্ব পৰ্যটন দিৱস

২৮ ছেপ্টেম্বৰ ঃ বিশ্ব জলাতংক দিৱস

১ অক্টোবৰ ঃ আন্তঃঃৰাষ্ট্ৰীয় জ্যেষ্ঠ নাগৰিক দিৱস

২ অক্টোবৰ ঃ ৰান্ধী জয়ন্তী (বিশ্ব অহিংসা দিৱস)

৮ অক্টোবৰ ঃ ভাৰতীয় বায়ুসেনা দিৱস

১০ অক্টোবৰ ঃ ৰাষ্ট্ৰীয় ডাক সেৱা দিৱস

১০ অক্টোবৰ ঃ বিশ্ব মানসিক স্বাস্থ্য দিৱস

১৪ অক্টোবৰ ঃ বিশ্ব মান দিৱস

১৫ অক্টোবৰ ঃ বিশ্ব শুভ্ৰ দণ্ড দিৱস

১৫ অক্টোবৰ ঃ বিশ্ব হাতধোৱা দিৱস

১৬ অক্টোবৰ ঃ বিশ্ব খাদ্য দিৱস

১৭ অক্টোবৰ ঃ আন্তঃৰাষ্ট্ৰীয় দৰিদ্ৰতা দূৰীকৰণ দিৱস

২৪ অক্টোবৰ ঃ ৰাষ্ট্ৰসংঘ দিৱস

২৯ অক্টোবৰ ঃ বিশ্ব ষ্ট্ৰোক দিৱস

১১ নৱেম্বৰ ঃ ৰাষ্ট্ৰীয় শিক্ষা দিৱস

১৪ নৱেম্বৰ ঃ বিশ্ব ডায়বেটিছ দিৱস

১৪ নৱেম্বৰ ঃ শিশু দিৱস

১৬ নৱেম্বৰ ঃ ৰাষ্ট্ৰীয় প্ৰেছ দিৱস

২১ নৱেম্বৰ ঃ বিশ্ব হেল্ল’ দিৱস

২১ নৱেম্বৰ ঃ লাচিত দিৱস

১ ডিচেম্বৰ ঃবিশ্ব এইড্চ দিৱস

২ ডিচেম্বৰ ঃ চুকাফা দিৱস

৩ ডিচেম্বৰ ঃ আন্তঃৰাষ্ট্ৰীয় প্ৰতিবন্ধী দিৱস

১০ ডিচেম্বৰ ঃমানৱ অধিকাৰ দিৱস

১৮ ডিচেম্বৰ ঃ আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজনকাৰী দিৱস

১৮ ডিচেম্বৰ ঃ সংখ্যালঘুৰ অধিকাৰ দিৱস

২৩ ডিচেম্বৰ ঃ কৃষক দিৱস

২৯ ডিচেম্বৰ ঃ কবিতাৰ দিৱস