এটা সাঁথৰ চুঙাটো কাঠৰ,দুই মুৰে গাঁঠি,মাজত এডাল লাঠি ?

উত্তৰঃ ঢোল