ক্ৰীয়া কেন্দ্ৰত অভিভাৱক আৰু সম্প্ৰদায়ৰ অংশ গ্ৰহণ | Chapter 30 | class 12 Psychology All Question Answer | class 12 Psychology Chapter 30 All Solution.

পাঠ্য় নং ২০৩

৩০.১ পাঠ্য় অন্তৰ্গত প্ৰশ্নাৱলীঃ

১.খালি ঠাই পূৰণ কৰাঃ

 (ক)শিশুৰ বিকাশত প্ৰথম আৰু অধিক তাৎপৰ্যপূৰ্ণ ভূমিকা পালন কৰে________________।

 (খ)শিক্ষা পদ্ধতিৰ নতুন ধাৰাসমূহ অভিভাৱকক ভালদৰে অৱগত কৰাব পাৰে________________।

 (গ)শিশুৰ লগত আচৰণ প্ৰদৰ্শন কৰোঁতে শিক্ষকে________________মনোভাৱ দেখুৱাব লাগে।

 (ঘ)শিক্ষকে অভিভাৱকৰ প্ৰতি যথোচিত______________প্ৰদৰ্শন কৰিব লাগে।

২.তলত দিয়া প্ৰশ্নসমূহৰ এটা শব্দত উওৰ লিখা-

 (ক)শিশুৰ সমাজীকৰণৰ প্ৰথম মাধ্য়মটোৰ নাম লিখা।

 (খ)শিশুক কোনে আটাইতকৈ ভালদৰে বুজিব পাৰে ?

 (গ)শিশু এটাৰ অনুভুতি আৰু গুণক (দক্ষতাৰ) কোনে প্ৰকাশ কৰাব পাৰে ?

 (ঘ)অভিভাৱকৰ লগত তুমি যেতিয়া শিশুটো সম্পৰ্কে আলোচনা কৰিব খুজিবা তেতিয়া কাক ওচৰৰ পৰা পঠিয়াই দিব লাগে ?

পাঠ্য় নং ২০৫

৩০.২ পাঠ্য় অন্তৰ্গত প্ৰশ্নাৱলীঃ

১.খালী ঠাই পূৰণ কৰাঃ

 (ক)শিশুৰ বাবে দ্বিতীয় অভিভাৱক হৈছে_______________।

 (খ)শিশুটোৰ ঘৰৰ আন্তৰিক_____________অবিহনে শিক্ষকে তাক/তাইক ভালদৰে বুজি উঠিব নোৱাৰে।

 (গ)___________য়ে শিশুৰ ঘৰুৱা জীৱন সম্বন্ধে ভাল খা-খবৰ দিয়ে।

 (ঘ)অভিভাৱক সভা____________কৈ অনুষ্ঠিত হব লাগে।

 (ঙ)ক্ৰীয়াকেন্দ্ৰ-গৃহৰ মাজৰ সম্পৰ্ক অধিক ফলৱতী হবলৈ  শিক্ষকে ______________জড়িত কৰাবই লাগিব।

২.শিক্ষক-অভিভাৱক জড়িতকৰণৰ বিভিন্ন পদ্ধতিসমূহ লিখা।

পাঠ্য় নং ২০৮

৩০.৩ পাঠ্য় অন্তৰ্গত প্ৰশ্নাৱলীঃ

১.খালী ঠাই পূৰণ কৰাঃ

 (ক)ক্ৰীয়া কেন্দ্ৰ এটাত অভিভাৱকে______________ক সহায় কৰিব পাৰে।

 (খ)স্থানীয় সম্প্ৰদায়ৰ অংশ গ্ৰহণ প্ৰতিফলিত হয় থলুৱা সম্পদৰ______________ত।

 (গ)সম্প্ৰদায়ে খেতি চপোৱাৰ সময়ত_____________আৰু____________যোগান ধৰিব পাৰে।

 (ঘ)_______________হৈছে পঞ্জীয়নভুক্ত মহিলাৰ সংগঠন।

২.শুদ্ধ নে অশুদ্ধ কোৱাঃ

 (ক)ক্ৰীয়া কেন্দ্ৰ এটা সংগঠনৰ ক্ষেএত সমাজৰ সহায় কোনো ধৰণৰ নিৰাপদ কাৰক নহয়। শুদ্ধ/অশুদ্ধ।

 (খ)সম্প্ৰদায়ৰ অংশগ্ৰহৰ ক্ষেএত মহিলা মণ্ডলসমূহৰ অধিক কাৰ্যশীল হব পাৰে। শুদ্ধ/অশুদ্ধ।

 (গ)ক্ৰীয়া কেন্দ্ৰত ফুলনিৰ বৰ্ধন সম্পূৰ্ণৰূপে সম্প্ৰদায়ৰ এক প্ৰচেষ্টা হব পাৰে। শুদ্ধ/অশুদ্ধ।

 (ঘ)সম্প্ৰদায়ে পুৰণি টায়াৰ, কাঠৰ খুটা আদি ক্ৰীয়া কেন্দ্ৰক যোগান ধৰিব পাৰে। শুদ্ধ/অশুদ্ধ।

পাঠ্য় শেহান্ত অনুশীলনীঃ

১) ক্ৰীয়া কেন্দ্ৰত গ্ৰহণ কৰিব পৰাকৈ অভিভাৱকৰ অংশগ্ৰহণ প্ৰক্ৰিয়াৰ বিভিন্ন পদ্ধতিসমূহৰ তালিকা এখন প্ৰস্তুত কৰি বৰ্ণনা কৰা।

২)মহিলা মণ্ডলে ক্ৰীয়া কেন্দ্ৰ এটাক কিদৰে সহায় কৰিব পাৰে?

৩)ক্ৰীয়া কেন্দ্ৰত সম্প্ৰদায়ৰ অংশ গ্ৰহণ কৰাবলৈ কেন্দ্ৰটোৰ শিক্ষকগৰাকীয়ে কি কি কাৰ্যসূচী গ্ৰহণ কৰে তাক জানিবলৈ তেওঁক সাক্ষাৎকাৰ লোৱা।

পাঠ্য় নং ২১০

অনুশীলনৰ বাবে প্ৰশ্নঃ

১)শিক্ষানবিচী বুলিলে কি বুজা ?

২)বৃওিমূলক বিকাশৰ পৰ্যায়সমূহ কি কি ?

৩)ব্য়ক্তিত্বৰ বৈশিষ্ট্য়সমূহক ভাগ কৰা বিভিন্ন প্ৰকাৰৰ শ্ৰেণীসমূহ কি কি ?

৪)চাপ বুলিলে কি বুজা ?

৫)চাপ ব্য়ৱস্থাপন বুলিলে কি বুজা ?

৬)আগতীয়া বাল্য়কালৰ বিকাশৰ ধাৰাসমূহ আলোচনা কৰা ।

৭)ক্ৰীয়া কেন্দ্ৰৰ শিশুবিলাকৰ সমস্য়া জড়িত আচৰণসমূহ কি কি ?

৮)ক্ৰীয়া কেন্দ্ৰৰ শিক্ষকগৰাকীৰ দায়িত্বসমূহ আলোচনা কৰা ।

৯)শিশুক খুওৱা কাৰ্যসূচীৰ ক্ষেএত কি কি দিশ বিশেষ মন কৰিবলগীয়া ?

১০)ক্ৰীয়া কেন্দ্ৰত অভিভাৱকৰ অংশ গ্ৰহণৰ বাবে থকা পদ্ধতিসমূহ আলোচনা কৰা।