গতি আৰু সময় | ত্ৰয়োদশ অধ্যায় | Chapter 13 | Class 7 Science Sankardev Question Answer | সপ্তম শ্ৰেণীৰ প্ৰশ্ন উত্তৰ | Class 7 Question Answer | Sankardev School Free Question Answer

গতি আৰু সময়

ত্ৰয়োদশ অধ্য়ায়

অনুশীলনী

A. জ্ঞানবৰ্ধক প্ৰশ্ন (Knowledge based Question):

। দ্ৰুতি মানে কি?

উত্তৰঃ

২। সময় মানে কি?

উত্তৰঃ

৩। সৰল দোলক কি?

উত্তৰঃ

৪। সময় জোখা কেইবিধমান সঁজুলিৰ নাম লিখা।

উত্তৰঃ

৫। দূৰত্ব সময় লেখ বুলিলে কি বুজা?

উত্তৰঃ

B. ক্ৰিয়া-কলাপ সম্বন্ধিয় প্ৰশ্ন (Activity based Question):

১। তোমাৰ আচাৰ্যৰ সহায় লৈ লৈ এটা বালিঘড়ী (Sand Clock) সাজা।

উত্তৰঃ

২। এটা ছেকেণ্ড পেণ্ডুলাম সাজা যাৰ দোলন কাল দুই গতি।

উত্তৰঃ

C. চমু প্ৰশ্ন (Short answer Question):

1. তলত দিয়া গতিবোৰ কি গতি চিনাক্ত কৰা

(ক) পোন ৰাস্তাৰে গৈ থকা ঘোঁৰাগাড়ী এখনৰ গতি।

উত্তৰঃ

(খ) শিশু এটিয়ে আনন্দতে ঘূৰি নাচি-বাগি থকা গতি।

উত্তৰঃ

(গ) দোলনাত চলি থকা শিশু এটিৰ গতি।

উত্তৰঃ

(ঘ) বৈদ্যুতিক ঘণ্টাত হাতুৰীৰে মৰা গতি।

উত্তৰঃ

2. আমাৰ সময়ৰ জোখৰ আৱশ্যক কিয়?

উত্তৰঃ

3. বৰ্তমান সময়ৰ জোখ লোৱা কেইবিধমান সঁজুলিৰ নাম লিখা।

উত্তৰঃ

4. কেতিয়া এটা বস্তুৱে গতি কৰা বুজায়?

উত্তৰঃ

5. সময়ৰ জোখৰ কেইটামান একককৰ নাম লিখা।

উত্তৰঃ

দীঘল প্ৰশ্ন (Long Answer Question):

১। সুষম বেগত গতিশীল বস্তুৰ দূৰত্ব সময়ৰ লে এডাল আঁকা।

উত্তৰঃ

২। সৰল দোলক এটাৰ পৰ্যায় কালৰ জোখ কেনেকৈ লোৱা হয় বৰ্ণনা কৰা।

উত্তৰঃ

৩। লেখ কি? তুমি এডাল লেখ কেনেকৈ অংকন কৰিবা।

উত্তৰঃ

৪। দুটা ৰে’ল ষ্টেনৰ মাজৰ দূৰত্ব 200কিঃমিঃ এখন ৰে’ল গাড়ীয়ে 8 ঘণ্টাত এই দূৰত্ব অতিক্ৰম কৰিলে, ৰে’লগাড়ীখনৰ দ্ৰুতি নিৰ্ণয় কৰা।

উত্তৰঃ

৫। এখন গাড়ীয়ে অড’মিটাৰৰ (Odometer) পাঠ 8-00 AM বজাত 50550.0 km পোৱা গ’ল।

যদি গাড়ীখনৰ অড’মিটাৰটোৱে 8-50 AM বজাত 50610.0 km দেখুৱাই গাড়ীখনে কিমান দূৰত্ব অতিক্ৰম কৰিব। গাড়ীখনৰ সেই সময় দ্ৰুতি কিঃমিঃ1 প্ৰকাশ কৰা। লগতে দ্ৰুতি মিঃছে1ত নিৰ্ণয় কৰা।

উত্তৰঃ

৬। ৰীতাই তাইৰ ঘৰৰ পৰা স্কুললৈ চাইকেলেৰে যৈওঁতে 20 মিনিট লয়। যদি চাইকেলখনৰ দ্ৰুতি 2 মি.ছে.1 হয় তাইৰ ঘৰৰ পৰা স্কুলৰ দূৰত্ব নিৰ্ণয় কৰা।

উত্তৰঃ

৭। তলত দিয়া ক্ষেত্ৰত দূৰত্ব সময়ৰ লেখৰ আকৃতি দেখুওৱা

(i) এখন সুষম দ্ৰতিত গৈ থকা গাড়ী এখন।

উত্তৰঃ

(ii) ৰাস্তাৰ দাঁতিত ৰৈ থকা গাড়ী এখন।

উত্তৰঃ

৮। তলৰ চিত্ৰত A আৰু B দুখন যানৰ দূৰত্ব সময় লেখ আঁকি দেখুওৱা হৈছে। কোনখন যানৰ বেগ বেছি?

উত্তৰঃ

৯। সজাই লিখা—

AB
1. দ্ৰুতি1. পিতলৰ বল
2. সৰল দোলক  2. সময়ৰ জোখ
3. ঘড়ী3. মি ছেঃ1
4. দূৰত্ব সময় লেখ4. দোলক
5. দ্ৰুতি

উত্তৰঃ

১০। কোনো গতিশীল বস্তুৰ সুষম দ্ৰুতি 10মিঃ/ ছেঃ দূৰত্ব আৰু সময়ৰ তালিকা এখন বনোৱা। আৰু তালিকা অনুসৰি ইয়াৰ লেখচিত্ৰ আঁকা

উত্তৰঃ

১১। অসম দ্ৰুতিৰে গতি কৰা কোনো বস্তুৰ দূৰত্ব সময়ৰ এখন তালিকা তলত দিয়া হৈছে। ইয়াৰ লেখচিত্ৰ আঁকা।

সময় ছেকেণ্ড01234
দূৰত্ব (মিটাৰ)0371218

উত্তৰঃ

১২। A. তলৰ কোনটো সত্য

B. দ্ৰুতিৰ একক

(i) কিঃমিঃ/মিনিট (ii) মিটাৰ/মিনিট

(iii) কিঃমিঃ/ঘণ্টা (iv) মিটাৰ/ছেকেণ্ড

উত্তৰঃ

Type Himanku bora

Post ID : DABP006289