চাপ আৰু তোমাৰ স্বাস্থ্য় | Chapter 29 | class 12 Psychology All Question Answer | class 12 Psychology Chapter 29 All Solution.

পাঠ্য় নং ১২৫

২৯.১ পাঠ্য় অন্তৰ্গত প্ৰশ্নাৱলীঃ

 তলত দিয়াবোৰৰ চমু উওৰ দিয়া।

  (ক) মানসিক চাপ কি?

  (খ) বিভিন্ন প্ৰকাৰৰ মানসিক চাপৰ নাম লিখা।

পাঠ্য় নং ১৩৪

২৯.২ পাঠ্য় অন্তৰ্গত প্ৰশ্নাৱলীঃ

 ১. তলত দিয়া প্ৰশ্নসমূহ সঁচা নে মিছা লিখা।

 (ক) মানসিক চাপৰ বাবে বিচনাত পেচাব কৰে। সঁচা/মিছা।

 (খ) কথা লাগি ধৰা আৰু মঞ্চত ভাষণ দিবলৈ ভয় কৰাৰ মুখ্য় কাৰণ হল – উদ্বিগ্নতা আৰু ভয়তে বিতত হোৱা  অৱস্থাৰ সৃষ্টি হোৱা। সঁচা/মিছা।

 (গ) যেতিয়া মানসিকভাৱে এজন মানুহ ভাৰাক্ৰান্ত হয়, তেতিয়া সাধাৰণতে মানুহ শাৰীৰিকভাৱে দুৰ্বল হৈ পৰে আৰু জ্বৰ-কাহ আদি বেমাৰৰ উপসৰ্গই দেখা দিয়ে। সঁচা/ মিছা।

 ২. মানসিক চাপৰ ফলত দেখা স্বাস্থ্য়ৰ বিসংগতিসমূহৰ (শাৰীৰিক আৰু মানসিক) বিষয়ে লিখা।

 ৩. আমি কেনেকৈ দৈনন্দিন জীৱনত দেখা দিয়া মানসিক সমস্য়াৰ মোকাবিলা কৰিম?

পাঠ্য় নং ১৩৫

পাঠ্য় শেহান্ত প্ৰশ্নাৱলীঃ

 ১. মানসিক চাপ বুলিলে কি বুজা? উদাহৰণ দিয়া।

 ২. মানসিক চাপৰ বিভিন্ন প্ৰতিক্ৰিয়াসমূহৰ বিষয়ে লিখা।

 ৩. মানসিক চাপৰ উৎসসমূহৰ কি কি?

 ৪. তুমি জনা মানসিক চাপৰ বিভিন্ন ক্ৰিয়াসমূহৰ বিষয়ে লিখা।