চাৰিখন পাখি তাৰ আঁঠখন ভৰি,চিত্ৰ বিচিত্ৰ কৰে বিধাতাক ধৰি। পুত্ৰৰ বাবে সি গ’ল থ’ই জৰি,অসংখ্য পুত্ৰ তাৰ গণিব নোৱাৰি?

উত্তৰঃপলুৰ চকৰি