জীৱৰ শ্বাস-প্ৰশ্বাস | নৱম অধ্যায় | Chapter 9 | Class 7 Science Sankardev Question Answer | সপ্তম শ্ৰেণীৰ প্ৰশ্ন উত্তৰ | Class 7 Question Answer | Sankardev School Free Question Answer জীৱৰ শ্বাস-প্ৰশ্বাস | নৱম অধ্যায় | Chapter 9 | Class 7 Science Sankardev Question Answer | সপ্তম শ্ৰেণীৰ প্ৰশ্ন উত্তৰ | Class 7 Question Answer | Sankardev School Free Question Answer

জীৱৰ শ্বাস-বিশ্বাস

 নৱম অধ্য়ায়

অনুশীলনী

১। উদ্ভিদে উশাহত কি গেছ ব্যৱহাৰ কৰে?

উত্তৰঃ

২। উদ্ভিদকো শক্তিৰ প্ৰয়োজন হয়নে? যদি হয় এই শক্তি ক’ৰ পৰা পায়?

উত্তৰঃ

৩। গছৰ পুলিৰ চাৰিওফালৰ মাটিবোৰৰ মাজে মাজে কিয় খুঁচৰি দিব লাগে?

উত্তৰঃ

৪। পত্ৰৰন্ধ কি? ইয়াৰ কাম বৰ্ণনা কৰা?

উত্তৰঃ

৫। সঠিক উত্তৰ বাছি উলিওৱাঃ

(ক) কোষৰ ভিতৰত খাদ্যবস্তুৰ জাৰণ ঘটি শক্তি উৎপন্ন হোৱা প্ৰক্ৰিয়াটোক ________ বোলে।

(I) শ্বাস     (II) প্ৰশ্বাস     (III) পাচন     (iv) শ্বসন বোলে।

উত্তৰঃ

(খ) পঁইতাচোৰাৰ শৰীৰলৈ_______ৰ যোগেদি বায়ু সোমাই আহে।

(I) বায়ুছিদ্ৰ    (II) বায়ুনলিকা    (III) ছাল    (iv) হাঁওফাঁও।

উত্তৰঃ

(গ) এজন সুস্থ প্ৰাপ্তবয়স্ক মানুহৰ জিৰণিৰ সময়ত প্ৰতিমিনিটত স্বাভাৱিক শ্বাস-প্ৰশ্বাসৰ হাৰ________।

(I) ৯-১২    (II) ১৫-১৭    (III) ২১-২৪    (iv) ৬০-৭২

উত্তৰঃ

(ঘ) নিশাহৰ সময়ত মধ্যচ্ছদাখন________ গতি কৰে।

(I) ওপৰলৈ    (II) তললৈ    (III) বাহিৰলৈ    (iv) সন্মুখলৈ।

উত্তৰঃ

(ঙ) এজন প্ৰাপ্তবয়স্ক সুস্থ মানুহে প্ৰতিবাৰ উশাহত________মিলিলিটাৰ বায়ু গ্ৰহণ কৰে।

(I) ২০০    (II) ৫০০    (III) ১৫০০    (iv) ১০০০

উত্তৰঃ

(চ) ________এবিধ অতিৰিক্ত শ্বাস অংগৰ উদাহৰণ।

(I) হাঁওফাঁও,    (II) ব্ৰংকাচ    (III) গ্লটিছ    (iv) বায়ুমোনা।

উত্তৰঃ

(ছ) মানুহৰ দেহত হাঁওফাঁওৰ পৰা অক্সিজেন কঢ়িয়াই নি কোষসমূহলৈ লৈ যোৱা যৌগবিধৰ নাম________

(I) তেজ    (II) শ্বাসনলী    (III) গ্লুক’জ    (iv) হিম’গ্ল’বিন।

উত্তৰঃ

৬। স্তম্ভ ১ ৰ লগত স্তম্ভ ২ ৰ বিষয়সমূহ মিলাই লিখা।

স্তম্ভ-১স্তম্ভ-২
(ক) ইষ্ট(খ) মধ্যচ্ছদা(গ) গ্লটিছ(ঘ) লেৰিংচ(ঙ) মাছ(চ) ভেকুলী(ছ) বেক্টেৰিয়া(জ) পঁইতাচোৰা(ঝ) বায়ুথলী(ঞ) ছাল(I) ফুল (Gill)(II) কেঁচু(III) বক্ষগহবৰ(iv) শ্বাসনলী(v) হাঁওফাঁও আৰু ছাল(vi) এলকহল কিণ্বন(vii) লেকটিক এচিড কিণ্বন(viii) বায়ুনলী(ix) শব্দ বা কথা কোৱা(x) অতিৰিক্ত শ্বাস অংগ  

 উত্তৰঃ

৭। বায়ৱীয় বা সবাত শ্বসন আৰু অবায়ৱীয় বা অবাত শ্বসনৰ পাৰ্থক্য লিখা।

উত্তৰঃ

৮। মানুহৰ শ্বাস অংবোৰৰ নাইবা শ্বাসতন্ত্ৰৰ এটা চিহ্নিত চিত্ৰ অংকন কৰা।

উত্তৰঃ

৯। মানুহৰ উশাহ-নিশাহ কাৰ্যৰ চমু বৰ্ণনা দিয়া।.

উত্তৰঃ

১০। নিশাহত যে কাৰ্বন-ডাই-অক্সাইড গেছ ওলায় যায় তাক এটা পৰিক্ষাৰ সহায়ত বৰ্ণনা কৰা।

উত্তৰঃ

১১। পতংগৰ শ্বাসতন্ত্ৰ সম্পৰ্কে ব্যাখ্যা কৰা।

উত্তৰঃ

১২। চমুটোকা লিখা।

(ক) শ্বসন নলিকা।

উত্তৰঃ

(খ) লেৰিংচ

উত্তৰঃ

(গ) নাসাগহবৰ

উত্তৰঃ

(ঘ) ব্ৰংকাছ

উত্তৰঃ

(ঙ) প্লিউৰা

উত্তৰঃ

(চ) এলভিঅ’লাছ

উত্তৰঃ

(ছ) মধ্যচ্ছদা 

উত্তৰঃ

(ঝ) জলক্লোম বাফুল (Gill)

উত্তৰঃ

(ঞ) কোষীয় শ্বসন

উত্তৰঃ

(চ) সবাত শ্বসন বা বায়ৱীয় শ্বসন

উত্তৰঃ

(ছ)অবাত শ্বসন বা অবায়ৱীয় শ্বসন।

উত্তৰঃ

Type Himanku bora

Post ID : DABP006276